স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ কন্যা আইভি মে'ই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ দৰে হ'ব বিচাৰে ৷
ডেভিদ ৱাৰ্ণাৰৰ পত্নী কেণ্ডিছ ৱাৰ্ণাৰে শ্বেয়াৰ কৰা এক ভিডিঅ'ত অষ্ট্ৰেলিয়াৰ বাঁওহতীয়া বেটছমেনগৰাকীৰ কন্যা আইভি মে'ই বেটিং কৰা পৰিলক্ষিত হয় ৷ বেটিং কৰা সময়ত বাৰে বাৰে 'মই বিৰাট কোহলী' বুলি দাবী কৰে আইভিয়ে ৷ কেণ্ডিছে এই ভিডিঅ' শ্বেয়াৰ কৰি কেপচনত লিখে, "এই সৰু ছোৱালীজনীয়ে বহু সময় ভাৰতত কটাইছে ৷ এতিয়া তাই বিৰাট কোহলী হ'ব বিচাৰে ৷"
-
This little girl has spent too much time in India. Wants to be @imVkohli pic.twitter.com/Ozc0neN1Yv
— Candice Warner (@CandyFalzon) November 10, 2019 " class="align-text-top noRightClick twitterSection" data="
">This little girl has spent too much time in India. Wants to be @imVkohli pic.twitter.com/Ozc0neN1Yv
— Candice Warner (@CandyFalzon) November 10, 2019This little girl has spent too much time in India. Wants to be @imVkohli pic.twitter.com/Ozc0neN1Yv
— Candice Warner (@CandyFalzon) November 10, 2019
উল্লেখ্য যে, আইপিএলত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ ভিতৰত ডেভিদ ৱাৰ্ণাৰ চতুৰ্থ স্থানত আছে ৷ 126 খন মেচত 43.17 গড়েৰে তেওঁ 4,706 ৰান সংগ্ৰহ কৰিছে ৷
-
Just like her daddy @davidwarner31. pic.twitter.com/jqKgWBrTfw
— Candice Warner (@CandyFalzon) November 10, 2019 " class="align-text-top noRightClick twitterSection" data="
">Just like her daddy @davidwarner31. pic.twitter.com/jqKgWBrTfw
— Candice Warner (@CandyFalzon) November 10, 2019Just like her daddy @davidwarner31. pic.twitter.com/jqKgWBrTfw
— Candice Warner (@CandyFalzon) November 10, 2019