ETV Bharat / sports

পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰভ গাংগুলীক

author img

By

Published : Jan 27, 2021, 3:11 PM IST

Updated : Jan 27, 2021, 5:52 PM IST

বিচিচিআই সভাপতি তথা ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক পুনৰ চিকিৎসালয়ত ভৰ্তি ৷ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক ৷

Prez Sourav Ganguly admitted to hospital
পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰভ গাংগুলীক

নিউজ ডেস্ক, 27 জানুৱাৰী : বিচিচিআই সভাপতি তথা ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীক ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 2 জানুৱাৰীত হৃগৰোগত আক্ৰান্ত হোৱাৰ বাবে উডলেণ্ড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গাংগুলীক ৷ তেতিয়াই 48 বৰ্ষীয় গাংগুলীৰ হৃদযন্ত্ৰত তিনিটাকৈ কৰ্নাৰী আৰ্টেৰিছ ব্ল’ক ধৰা পৰিছিল ৷

বুধবাৰে পুনৰ বিচিচিআইৰ সভাপতি গৰাকী অসুস্থ হৈ পৰাত পুনৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: পুনৰ আহি আছে প্ৰধানমন্ত্ৰী মোডীঃ এইবাৰ ঢেকীয়াজুলিত বিশাল সভা

Last Updated : Jan 27, 2021, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.