ETV Bharat / sports

নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ - হাৰ্দিক পাণ্ডিয়া আৰু জছপ্ৰীত বুমৰাহ

ঋদ্ধিমান শ্বাহা,ভূৱনেশ্বৰ কুমাৰৰ লগতে বহু তাৰকা খেলুৱৈৰ আঘাতৰ সমস্যাৰ বাবে বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ ৷

নেশ্বন্যল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ
নেশ্বন্যল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰ
author img

By

Published : Jan 2, 2020, 3:22 PM IST

স্পৰ্টছ ডেস্ক, 2 জানুৱাৰীঃ খেলুৱৈৰ আঘাতৰে জৰ্জৰিত হোৱা সমস্যাৰ বাবে নেশ্যনেল ক্ৰিকেট একাডেমীৰ ব্যাপক সংস্কাৰৰ ব্যাপক সমালোচনা হোৱাৰ পাচতেই নেশ্যনেল ক্ৰিকেট একাডেমীৰ পুনৰ সংস্কাৰৰ বাবে বিচিচিআইয়ে গ্ৰহণ কৰিছে উল্লেখনীয় পদক্ষেপ ৷ বিচিচিআইয়ে এখন চিকিৎসা সমতি গঠন কৰাৰ লগতে এই পৰিকল্পনাটো সুচাৰু ৰূপে ৰূপায়ণ কৰিবলৈ এটা ছ’চিয়েল মিডিয়াৰ অভিজ্ঞ দল গঠন কৰি সকলো দিশটো কাৰ্যকৰী কৰিব ৷

বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, নেশ্বন্যল ক্ৰিকেট একাডেমীৰ মুখ্য সচিব ৰাহুল দ্ৰাবিড়
বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, নেশ্বন্যল ক্ৰিকেট একাডেমীৰ মুখ্য সচিব ৰাহুল দ্ৰাবিড়

NCAৰ শেহতীয়াকৈ অনুষ্ঠিত এক বৈঠকত এটা চিকিৎসা সমিতিৰ প্ৰয়োজনীয়তাক লৈ চৰ্চা কৰা হৈছিল ৷ য’ত বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলী, নেশ্যনেল ক্ৰিকেট একাডেমীৰ মুখ্য সচিব ৰাহুল দ্ৰাবিড়সহ বহু উচ্চ পদাধিকাৰী সকল উপস্থিত আছিল ৷ ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু জছপ্ৰীত বুমৰাহই আঘাতৰ পৰা সুস্থ হৈ উঠিবলৈ ব্যক্তিগত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলতেই সংকটৰ সন্মুখীন হৈছিল নেশ্যনেল ক্ৰিকেট একাডেমী ৷

এক তথ্য অনুসৰি চিকিৎসা সমতি গঠনৰ বাবে বিচিচিআইয়ে লণ্ডনস্থিত এখন ক্লিনিকৰ সৈতে যোগাযোগ স্থাপন কৰিব ৷ উল্লেখ্য যে, নেশ্যনেল ক্ৰিকেট একাডেমীত ভূৱনেশ্বৰ কুমাৰৰ আঘাতৰ মুখ্য কাৰণ ধৰা পেলোৱাত বিফল হৈছিল ৷ অৱশ্যে গাংগুলীয়ে প্ৰথমে স্পষ্ট কৰি দিছিল যে, নেশ্যনেল ক্ৰিকেট একাডেমী দেশৰ ক্ৰিকেট বিকাশৰ কাৰ্যক্ৰমৰ প্ৰাথমিক কেন্দ্ৰ ৰূপে চিহ্নিত হ’ব ৷ ভাৰতৰ সকলো খেলুৱৈয়ে পুনৰ সংস্থাপনৰ বাবে বেংগালুৰুত যাব লাগিব ৷ আগন্তুক 18 মাহৰ ভিতৰত নেশ্যনেল ক্ৰিকেট একাডেমীত সকলো নতুন সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে গাংগুলীয়ে ৷ NCAত লেভেল 2 আৰু লেভেল 3 প্ৰশিক্ষণ ব্যৱস্থাৰ লগতে প্ৰশিক্ষক বিকাশৰ পৰামৰ্শদাতাও অন্তৰ্ভুক্ত কৰা হ’ব ৷

ZCZC
PRI CRI GEN NAT SPO
.NEWDELHI SPD3
SPO-CRI-BCCI-NCA
BCCI to set up medical panel and hire social media expert for under-fire NCA
By Bharat Sharma
          New Delhi, Jan 2 (PTI) The National Cricket Academy, which has often been criticised for its handling of players' injuries, is set to get the help of a BCCI medical panel and a dedicated social media department as part of its overall revamp plan.
          The need for a medical panel was discussed at the NCA's recent meeting which was attended by all the BCCI-officer bearers, including president Sourav Ganguly and NCA cricket head Rahul Dravid.
          The development comes after the criticism the NCA drew for the injury management of leading India players, including Wriddhiman Saha and more recently Bhuvneshwar Kumar.
          All-rounder Hardik Pandya and premium pacer Jasprit Bumrah added to the NCA's woes by choosing personal rehabilitation over recovering in Bengaluru.
          "The BCCI will consult a London-based clinic, Fortius, for setting up its medical panel," a top BCCI official told PTI.
          Head of fast bowling, a position which has been lying vacant for a long time, will also be filled soon.
          That person will be in charge of setting up a fast bowling program at the NCA. The board will also hire a nutrition head for the Bengaluru-based facility.
          As the NCA has mainly been in the news for all the wrong seasons and there is no official communication coming out of it.
          A social media manager will come on board to provide regular updates on the happenings inside the facility. The move could also go a long way in repairing NCA's reputation, the Board official added.
          The NCA had failed to detect Bhuvneshwar's sports hernia and was also at the receiving end of criticism when it came to light that Bumrah and Hardik were taking outside help for their recovery rather relying on the NCA staff.
          Going forward, Ganguly has already made it clear that NCA will be the primary centre for cricketing development programs in the country and all India players will have to go to Bengaulru for rehabilitation.
          He also expects the new NCA facility to be ready in 18 months' time.
          The other recruitment, which will be done soon, is the head of data analytics.
          The NCA will also be conducting Level 2 and Level 3 coaching courses at its premises with state associations footing the bill for their respectively coaches.
          "Coach development consultants" will also be hired on requirement basis.
          Utmost caution will be taken while issuing medical updates on the Indian players with vetting of the information done by the team management as well as the NCA. PTI BS
PM
01021222
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.