ETV Bharat / sports

লাইভ ধাৰাভাষ্যৰ বাবে অনাতাঁৰ কেন্দ্ৰৰে বিচিচিআইৰ চুক্তি

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে মঙলবাৰে সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ সৈতে দুই বছৰীয়া চুক্তি সাক্ষৰিত কৰাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিখন মেচতে অনাতাঁৰ কেন্দ্ৰই লাইভ ধাৰাভাষ্যৰ দায়িত্ব পালন কৰিব ৷ মঙলবাৰৰ পৰা 2021 চনৰ 31 আগষ্টলৈকে এই চুক্তি সাক্ষৰিত কৰা হৈছে ৷

author img

By

Published : Sep 10, 2019, 7:53 PM IST

লাইভ ধাৰাভাষ্যৰ বাবে অনাতাঁৰ কেন্দ্ৰৰে বিচিচিআইৰ চুক্তি

স্পৰ্টছ ডেস্ক, 10 ছেপ্তেম্বৰ : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে মঙলবাৰে সৰ্বভাৰতীয় অনাতাঁৰ কেন্দ্ৰৰ সৈতে দুই বছৰীয়া চুক্তি স্বাক্ষৰিত কৰাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ জৰিয়তে ভাৰতীয় ক্ৰিকেটৰ প্ৰতিখন মেচতে অনাতাঁৰ কেন্দ্ৰই লাইভ ধাৰাভাষ্যৰ দায়িত্ব পালন কৰিব ৷ মঙলবাৰৰ পৰা 2021 চনৰ 31 আগষ্টলৈকে এই চুক্তি সাক্ষৰিত কৰা হৈছে ৷

বিচিচিআইয়ে প্ৰদান কৰা এক প্ৰতিবেদন অনুসৰি,এই পদক্ষেপে কোটি কোটি ভাৰতীয় শ্ৰুতাক অনাতাঁৰৰ জৰিয়তে ক্ৰিকেট সম্পৰ্কীয় লাইভ তথ্য লাভ কৰাত সহায় কৰিব ৷

ছেপ্তেম্বৰৰ 15 তাৰিখৰ পৰা দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত হ'বলগা প্ৰথমখন মেচৰ পৰাই এই লাইভ ধাৰাভাষ্যৰ কাম আৰম্ভ হ'ব ৷

আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মেচৰ উপৰি ৰঞ্জী ট্ৰফী,ডুলীপ ট্ৰফী,দেওধৰ ট্ৰফী,মহিলা ছেলেঞ্জাৰ ছিৰিজ,ছৈয়দ মুস্তাক আলি ট্ৰফী ছুপাৰ লীগ,ছৈয়দ মুস্তাক আলি ট্ৰফী লীগ আৰু ইৰানী কাপৰ ধাৰাভাষ্যও প্ৰদান কৰিব সৰ্ব ভাৰতীয় অনাতাঁৰ কেন্দ্ৰই ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.