ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে চিৰিজৰ বাবে বিচিচিআইৰ ভাৰতীয় দল ঘোষণা

বাংলাদেশ চিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা, T20 শৃংখলাৰ বাবে বিৰাট কোহলিক বিৰতি দিয়া হৈছে ৷ বিৰাট কোহলিৰ অনুপস্থিতিত T20 শৃংখলাত দলক নেতৃত্ব দিব ৰোহিত শৰ্মায়ে ৷

author img

By

Published : Oct 24, 2019, 11:31 PM IST

বিচিচিআইৰ ভাৰতীয় দল ঘোষণা

স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ: বৃহস্পতিবাৰে বিচিচিআইয়ে বাংলাদেশৰ বিৰুদ্ধে চিৰিজৰ বাবে ঘোষণা কৰে ভাৰতীয় দল ৷ এই দল 3 খন T20 মেছ আৰু 2 খন টেষ্ট মেছৰ বাবে ঘোষনা কৰা হৈছে ৷ এই দলত অধিনায়ক বিৰাট কোহলিক বিৰতি দিয়া হৈছে ৷ এই সময়চোৱাত দলক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মায়ে ৷
এই দলত স্থান লাভ কৰিছে চঞ্জু চেমচনে ৷ বিজয় হাজাৰে ট্ৰফীত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দলত স্থান লাভ কৰিছে চেমচনে ৷ ইপিনে শিৱম দুবেয়ে প্ৰথম বাবব বাবে ভাৰতীয় T20 দলত স্থান লাভ কৰিছে ৷ ইয়াৰ উপৰিও যুজৱেন্দ্ৰ চাহালক পুনৰ অন্তৰ্ভূক্ত কৰা হৈছে দলত আৰু বাদ পৰিছে কুলদ্বীপ যাদৱক ৷

  • All smiles at the Senior Selection Committee meeting earlier this afternoon as the teams for the forthcoming T20I & Test series against Bangladesh were announced #TeamIndia 🇮🇳🇮🇳📸📸 pic.twitter.com/BxA1S6Hc0Z

    — BCCI (@BCCI) October 24, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
কোনে কোনে স্থান পালে T20 দলত: ৰোহিত শৰ্মা(অধিনায়ক), শিখৰ ধৱন, কে এল ৰাহুল, চঞ্জু চেমচন, শ্ৰেয়াস আয়ৰ, মণিষ পাণ্ডে, ৰিষভ পন্ট, ৱাশ্বিংটন সোন্দৰ, ক্ৰুনাল পাণ্ডে, যুজৱেন্দ্ৰ চাহাল, ৰাহুল চাহাৰ, দিপক চাহাৰ, খলিল আহমেদ, শিৱম দুবে আৰু শ্ৰদুল ঠাকুৰ ৷
  • India’s squad for T20I series against Bangladesh: Rohit Sharma(Capt), Shikhar Dhawan, KL Rahul, Sanju Samson, Shreyas Iyer, Manish Pandey, Rishabh Pant(wk), Washington Sundar, Krunal Pandya, Yuzvendra Chahal, Rahul Chahar, Deepak Chahar, Khaleel Ahmed, Shivam Dube, Shardul Thakur

কোনে কোনে স্থান পালে টেষ্ট দলত: বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা, ময়ংক আগৰৱালা, চিটেশ্বৰ পূজাৰা, অজিংক্য ৰাহানে, হনুমা বিহাৰী, ঋদ্ধিমান শাহা, ৰবিন্দ্ৰ জাদেজা, আৰ. অশ্বিন, কুলদ্বীপ যাদৱ, মহম্মদ চামি, উমেশ যাদব, ইশান্ত শৰ্মা, শুভম গীল, ৰিশভ পন্ট
  • India’s squad for Test series against Bangladesh: Virat Kohli (Capt), Rohit Sharma, Mayank Agarwal, Cheteshwar Pujara, Ajinkya Rahane, Hanuma Vihari, Saha (wk), R Jadeja, R Ashwin, Kuldeep Yadav, Mohammed Shami, Umesh Yadav, Ishant Sharma, Shubman Gill, Rishabh Pant#INDvBAN

উল্লেখযোগ্য যে, ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 3 খন T20 আৰু 3 খন টেষ্ট মেছ খেলিব ৷ ইয়াৰে প্ৰথমখন T20 নবেম্বৰ মাহৰ 3 তাৰিখে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলা হব ৷

BCCI ANNOUNCE 15 MAN SQUAD FOR BANGLADESH SERIES; KOHLI RESTED IN T20IS

বাংলাদেশৰ বিৰুদ্ধে চিৰিজৰ বাবে বিচিচিআইৰ ভাৰতীয় দল ঘোষণা

বাংলাদেশ চিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা, T20 সৃংখলাৰ বাবে বিৰাট কোহলিক বিৰতি দিয়া হৈছে ৷ বিৰাট কোহলিৰ অনুপস্থিতিত T20 সৃংখলাত দলক নেতৃত্ব দিব ৰোহিত শৰ্মায়ে ৷

স্পৰ্টছ ডেস্ক, 24 অক্টোবৰ: বৃহস্পতিবাৰে বিচিচিআইয়ে বাংলাদেশৰ বিৰুদ্ধে চিৰিজৰ বাবে ঘোষণা কৰে ভাৰতীয় দল ৷ এই দল 3 খন T20 মেছ আৰু 2 খন টেষ্ট মেছৰ বাবে ঘোষনা কৰা হৈছে ৷ এই দলত অধিনায়ক বিৰাট কোহলিক বিৰতি দিয়া হৈছে ৷ এই সময়চোৱাত দলক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মায়ে ৷
এই দলত স্থান লাভ কৰিছে চঞ্জু চেমচনে ৷ বিজয় হাজাৰে ট্ৰফীত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দলত স্থান লাভ কৰিছে চেমচনে ৷ ইপিনে শিৱম দুবেয়ে প্ৰথম বাবব বাবে ভাৰতীয় T20 দলত স্থান লাভ কৰিছে ৷ ইয়াৰ উপৰিও যুজৱেন্দ্ৰ চাহালক পুনৰ অন্তৰ্ভূক্ত কৰা হৈছে দলত আৰু বাদ পৰিছে কুলদ্বীপ যাদৱক ৷

কোনে কোনে স্থান পালে T20 দলত: ৰোহিত শৰ্মা(অধিনায়ক), শিখৰ ধৱন, কে এল ৰাহুল, চঞ্জু চেমচন, শ্ৰেয়াস আয়ৰ, মণিষ পাণ্ডে, ৰিষভ পন্ট, ৱাশ্বিংটন সোন্দৰ, ক্ৰুনাল পাণ্ডে, যুজৱেন্দ্ৰ চাহাল, ৰাহুল চাহাৰ, দিপক চাহাৰ, খলিল আহমেদ, শিৱম দুবে আৰু শ্ৰদুল ঠাকুৰ ৷

কোনে কোনে স্থান পালে টেষ্ট দলত: বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা, ময়ংক আগৰৱালা, চিটেশ্বৰ পূজাৰা, অজিংক্য ৰাহানে, হনুমা বিহাৰী, ঋদ্ধিমান শাহা, ৰবিন্দ্ৰ জাদেজা, আৰ. অশ্বিন, কুলদ্বীপ যাদৱ, মহম্মদ চামি, উমেশ যাদব, ইশান্ত শৰ্মা, শুভম গীল, ৰিশভ পন্ট

উল্লেখযোগ্য যে, ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 3 খন T20 আৰু 3 খন টেষ্ট মেছ খেলিব ৷ ইয়াৰে প্ৰথমখন T20 নবেম্বৰ মাহৰ 3 তাৰিখে নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত খেলা হব ৷
768-512-4857155-929-4857155-1571916192117.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.