ETV Bharat / sports

শ্ৰীলংকাৰ বিৰুদ্ধে ক্লীন চুইপ অষ্ট্ৰেলিয়াৰ

author img

By

Published : Nov 1, 2019, 10:02 PM IST

শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা তৃতীয়খন টি-20 মেচত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ 3-0 ব্যৱধানত শৃংখলা দখল কেংগাৰু বাহিনীৰ ৷

শ্ৰীলংকাৰ বিৰুদ্ধে ক্লীন চুইপ অষ্ট্ৰেলিয়াৰ

স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ: শ্ৰীলংকাৰ বিৰুদ্ধে ৱাইট ৱাছ অষ্ট্ৰেলিয়াৰ ৷ তিনিখন মেচৰ টি-20 শৃংখলা 3-0 ৰে দখল অষ্ট্ৰেলিয়া দলটোৰ ৷ অন্তিমখন মেচত 7 উইকেটত জয় লাভ অষ্ট্ৰেলিয়াৰ ৷ অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 142 ৰান সংগ্ৰহ কৰে ৷ শ্ৰীলংকাৰ হৈ কুছাল পৰেৰাই 45 বলত 57 ৰান কৰে ৷

প্লেয়াৰ অফ দ্য মেচ আৰু ছিৰিজ ডেভিদ ৱাৰ্ণাৰ
প্লেয়াৰ অফ দ্য মেচ আৰু ছিৰিজ ডেভিদ ৱাৰ্ণাৰ

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া দলটোৱে 17.4 অভাৰত 3 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ অষ্ট্ৰেলিয়াৰ হৈ এৰণ ফিন্সে 37, ডেভিদ ৱাৰ্ণাৰে অপৰাজিত 57, ষ্টিভ স্মিথে 13 আৰু এষ্টন টাৰ্ণাৰে 22 ৰান কৰিবলৈ সক্ষম হয় ৷ অষ্ট্ৰেলিয়াই প্ৰথমখন টি-20 মেচ 134 ৰানত জয় লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত 9 উইকেটত বিজয়ী সাব্যস্ত কৰিছিল ৷ মেচখনত অৰ্ধশতক অৰ্জন কৰা ডেভিদ ৱাৰ্ণাৰক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰাৰ লগতে প্লেয়াৰ অফ দ্য ছিৰিজৰ খিতাপ দিয়া হয় ৷

Intro:গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱাৰ মহাযুজ। তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন উপভোগ কৰি দৰ্শকৰ হৰ্ষোল্লাস। খেল চাবলৈ বিভিন্ন স্থানৰ ক্ৰীড়াপ্ৰেমীয়ে ভিৰ কৰিছে ষ্টেডিয়ামত। বিগত খেলৰ দৰে এফ চি গোৱা নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ ওচৰত ধাৰাসায়ী হ'ব বুলি আশা ঘৰুৱা দৰ্শকৰ। ইফালে দুুয়োটা শক্তিশালী দলেই সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে। এইবাৰৰ আই এছ এলৰ তালিকাত গোৱা তিনি নম্বৰ স্থানত থকাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আছে চতুৰ্থ নম্বৰত। সেয়েহে আজিৰ খেলখন দুয়োটা দলৰ বাবেই অধিক গুৰুত্বপূৰ্ণ হ'ব। উল্লেখযোগ্য যে যোৱা মেচত উৰিষ্যা এফ চিক 2-1 গলৰ ব্যৱধানত ধাৰাসায়ী কৰিছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে।

Body:নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলৰ এছামো জ্ঞানৰ সুন্দৰ খেল প্ৰদৰ্শনে মুহিত কৰিছিল উপস্থিত দৰ্শকৰ। অসমৰ প্ৰতিভাৱান যুৱ খেলুৱৈ ৰাকেশ প্ৰধানেও সুন্দৰ খেল প্ৰদৰ্শন কৰি ঘৰুৱা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আনহাতে নৰ্থ ইষ্ট ইউনাইটেড এফ চিক উৎসাহ যোগাবলৈ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।

Conclusion:HIRUL HAQUE I GUWAHATI

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.