ETV Bharat / sports

কোচবিহাৰ ট্ৰফী ক্ৰিকেট টু্ৰ্ণামেন্টত অসমৰ হাতত পৰাস্ত উৰিষ্যা

author img

By

Published : Jan 13, 2020, 3:23 PM IST

নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত এক ইনিংছ আৰু 48 ৰানৰ ব্যৱধানত অসমৰ হাতত পৰাজয় বৰণ কৰে উৰিষ্যাই ৷

ASSAM DEFEATS ODISHA BY INNINGS AND 48 RUNS IN COOCH BEHAR TROPHY CRICKET TOURNAMENT
বিজয়ী অসমৰ দলটো

স্পৰ্টছ ডেস্ক, 13 জানুৱাৰীঃ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কোচবিহাৰ ট্ৰফী ক্ৰিকেট টুৰ্ণামেন্টত অসমৰ হাতত পৰাজিত হয় উৰিষ্যা দলটো ৷ টছত জিকি প্ৰথমে বেটিং কৰা উৰিষ্যাই 108 ৰানত ইনিংছ সামৰনি মাৰে ৷ বাওঁহতীয়া বেটছমেন সন্তোষ যাদৱে 72টা বলত 31 ৰান কৰিবলৈ সক্ষম হয় ৷ অসমৰ হৈ দশৰথ কুমাৰে পাঁচটাকৈ উইকেট লাভ কৰে ৷ প্ৰত্যুত্তৰ অসমে 227 ৰানৰ এক দৰ্শনীয় ইনিংছ উপহাৰ দিয়ে ৷ ৰুহিনন্দন পেগুৱে 107 টা বলত 61 ৰান কৰে বিকাশ নায়কৰ বলত মানৱ ভট্টাচাৰ্যৰ হাতত কেচ তুলি পেভিলিয়নমুখী হয় ৷ অসমৰ হৈ নাছিৰ উল্লাহে 83 বলত 48 ৰান কৰি শিৱাশীষ চাহুৰ বলত মানৱ ভট্টাচাৰ্যৰ হাতত কেচ তুলি দিয়ে ৷ দ্বিতীয় ইনিংছত উৰিষ্যাই 71 ৰান কৰি 48 ৰানত পিচপৰি থাকে ৷ দ্বিতীয় ইনিংছত সন্তোষ যাদৱে 28 ৰান কৰি অপৰাজিত হৈ থাকে ৷ অসমৰ হৈ দ্বিতীয় ইনিংছটো চাৰিটা উইকেট দখল কৰে দশৰথ কুমাৰে ৷ দ্বিতীয় ইনিংছত অসমৰ ৰিতুৰাজ আৰু বিশালে ক্ৰমে তিনিটা আৰু দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় ৷

Intro:Body:

Assam defeated Odisha by an innings and 48 runs in the Cooch Behar Trophy Cricket Tournament held at the Nurul Amin Stadium, Nagaon.

Winning the toss, Odisha opted to bat first but were bundled out for a paltry 108 runs. Left handed batsman Santosh Yadav top scored with 31 runs off 72 deliveries for the visitors. Three Odisha batsmen were out for golden duck while five other batsmen could not even touch the double digit mark. Dasarath Kumar of Assam reaped apart the Odisha top order batting line up claiming five wickets.

In reply, Assam made a respectable 227 runs in their first innings. Ruhinandan Pegu was the top scorer for Assam. He scored 61 runs facing 107 deliveries before being caught by Manav Bhattacharya off Bikash Naik. Other notable contributor with the bat for Assam was Nasir Ullah. He scored 48 runs off 83 deliveries but could not complete his much deserved half century as he was caught by Manav Bhattacharya off Sibasish Sahoo.

In the second innings, Odisha could score only 71 runs falling short by 48 runs to Assam’s 227 runs in the first innings. Santosh Yadav remained not out with 28 runs while four of the Odisha batsmen could not even open their account. For Assam Dasarath Kumar again took four wickets finishing his bowling match figure with nine wickets. Rituraj Biswas and Bishal Roy took three and two wickets respectively.

Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.