ETV Bharat / sports

এছেজ শৃংখলাঃ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ - ENGLAND

বাৰ্মিংহামত আজিৰ পৰা অনুষ্ঠিত হৈছে এছেজ শৃংখলা ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ ৷

এছেজ শৃংখলাঃ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ
author img

By

Published : Aug 1, 2019, 4:06 PM IST

স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ ইংলেণ্ডৰ গৃহভূমীত আজিৰ পৰা অনুষ্ঠিত হৈছে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এছেজ শৃংখলা ৷ দুয়োখন দেশৰ মাজত এইখন হৈছে 71 সংখ্যক এছেজ শৃংখলা ৷ অষ্ট্ৰেলিয়াই 33 খন শৃংখলাত জয় লাভ কৰাৰ বিপৰীতে 32 খন শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছে ইংলেণ্ডে ৷ দুয়োটা দলৰ মাজত ড্ৰ’ হৈ ৰৈছে 5 খন এছেজ শৃংখলা ৷ অন্যহাতে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এইখন হৈছে 347 সংখ্যক টেষ্ট মেচ ৷

ETV
2019 এছেজ শৃংখলা

দুয়োটা দলৰ একাদশ হৈছে ক্ৰমে-

অষ্ট্ৰেলিয়াঃ ডেভিদ ৱাৰ্ণাৰ, কেমৰণ বেনক্ৰফট, উছমান খুৱাজা, ষ্টিভ স্মিথ, ট্ৰাভিছ হেড, মেথিউ ৱেড, টিম পাইন ( অঃ, উইকেটকীপাৰ ), জেমছ পেটিনছন, পেটছ কামিংন্স, পিটৰ ছিড্ডেল, নাথান লায়ন ৷

ইংলেণ্ডঃ জেছন ৰয়, ৰৰী বাৰ্ণাছ, জু ৰুট (অঃ), জ ডেনলী, জছ বাটলাৰ, বেন ষ্টক্ছ, জনী বেয়াৰেষ্ট’ (উইকেটকীপাৰ) মইন আলী, ক্ৰীছ ৱক্ছ, ষ্টুৱাৰ্ড বৰ্ড, জেমছ এণ্ডাৰছন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.