ETV Bharat / sports

থাইলেণ্ড অ'পেন : ছেমি ফাইনেলত স্থান সুনিশ্চিত ৰনকিৰেড্ডী - ছেট্টীৰ - ETV BHARAT

ছেমি ফাইনেলত স্থান সুনিশ্চিত ৰনকিৰেড্ডী - ছেট্টীৰ যুটীয়ে ৷ আগষ্টৰ 3 তাৰিখে এই যুটীয়ে দক্ষিণ কোৰিয়াৰ কে. ছুং হুৱান আৰু ছিন বেইক ছিয়লৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ৷

ছেমি ফাইনেলত স্থান সুনিশ্চিত ৰনকিৰেড্ডী - ছেট্টীৰ
author img

By

Published : Aug 3, 2019, 12:01 AM IST

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ভাৰতীয় পুৰুষ বেডমিন্টন যুটী স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে শুকুৰবাৰে ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ চই চলগ্যু আৰু ছিউ ছিউং জেকক 21-17, 17-21, 21-19 ছেটত পৰাস্ত কৰে ৷

পুৰুষৰ ছিংগলছত ভাৰতৰ ছাই প্ৰনীঠে জাপানৰ কে. ছুনেয়াম্মাৰ হাতত 18-21, 15-21 ছেটত পৰাস্ত হয় ৷ 35 মিনিটৰ যুঁজতে ভাৰতৰ খেলুৱৈ গৰাকীয়ে প্ৰতিপক্ষৰ হাতত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷

ইয়াৰোপৰি, মিক্সড ডাবলছত স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু অশ্বিনী পোনাপ্পাৰ যুটীয়ে য়ুটা ৱাটানাৱে আৰু অৰিছা হিগাছিনোৰ হাতত পৰাজয় বৰণ কৰে ৷ ভাৰতীয় যুটীটোৱে মাত্ৰ 29 মিনিটৰ যুঁজত 13-21, 15-21 ছেটত পৰাজয়বৰণ কৰে ৷

বৰ্তমান ৰনকিৰেড্ডী আৰু ছেট্টীৰ যুটীয়েই থাইলেণ্ড অ'পেনত একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে বৰ্তী ৰৈছে আৰু আগষ্টৰ 3 তাৰিখে এই যুটীয়ে দক্ষিণ কোৰিয়াৰ কে. ছুং হুৱান আৰু ছিন বেইক ছিয়লৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ৷

THAILAND OPEN : RANKIREDDY-SHETTY SECURE SEMI FINAL BERTH

থাইলেণ্ড অ'পেন : ছেমি ফাইনেলত স্থান সুনিশ্চিত ৰনকিৰেড্ডী - ছেট্টীৰ

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : ভাৰতীয় পুৰুষ বেডমিন্টন যুটী স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে শুকুৰবাৰে ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে ৷ কোৱাৰ্টাৰ ফাইনেলৰ যুঁজত ভাৰতীয় যুটীটোৱে দক্ষিণ কোৰিয়াৰ চই চলগ্যু আৰু ছিউ ছিউং জেকক 21-17, 17-21, 21-19 ছেটত পৰাস্ত কৰে ৷

পুৰুষৰ ছিংগলছত ভাৰতৰ ছাই প্ৰনীঠে জাপানৰ কে. ছুনেয়াম্মাৰ হাতত 18-21, 15-21 ছেটত পৰাস্ত হয় ৷ 35 মিনিটৰ যুঁজতে ভাৰতৰ খেলুৱৈ গৰাকীয়ে প্ৰতিপক্ষৰ হাতত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় ৷

ইয়াৰোপৰি, মিক্সড ডাবলছত স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু অশ্বিনী পোনাপ্পাৰ যুটীয়ে য়ুটা ৱাটানাৱে আৰু অৰিছা হিগাছিনোৰ হাতত পৰাজয় বৰণ কৰে ৷ ভাৰতীয় যুটীটোৱে মাত্ৰ 29 মিনিটৰ যুঁজত 13-21, 15-21 ছেটত পৰাজয়বৰণ কৰে ৷

বৰ্তমান ৰনকিৰেড্ডী আৰু ছেট্টীৰ যুটীয়েই থাইলেণ্ড অ'পেনত একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে বৰ্তী ৰৈছে আৰু আগষ্টৰ 3 তাৰিখে এই যুটীয়ে দক্ষিণ কোৰিয়াৰ কে. ছুং হুৱান আৰু ছিন বেইক ছিয়লৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.