ETV Bharat / sports

থাইলেণ্ড অ’পেনঃ খিতাপ দখল ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ - ছাত্বিকচাইৰাজ ৰংকী ৰেড্ডী

ৱৰ্ল্ড ট্যুৰ চুপাৰ 500 টুৰ্ণামেণ্টৰ খিতাপ দখল কৰি ইতিহাস ৰচিলে ভাৰতীয় শ্বাটলাৰ ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ৷ চীনৰ লী জুন হুই আৰু লিয়ু য়ু চেনক পৰাস্ত কৰি খিতাপ দখল ভাৰতীয় যুটিটোৰ ৷

থাইলেণ্ড অ’পেনঃ খিতাপ দখল ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ
author img

By

Published : Aug 4, 2019, 3:46 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্টঃ থাইলেণ্ড অ’পেনত অভিলেখ ৰচিলে ভাৰতীয় শ্বাটলাৰ ছাত্বিকচাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ৷ ফাইনেল মেচখনত চীনৰ লী জুন হুই আৰু লিয়ু য়ু চেনক 21-19, 18-21, 21-18 ছেটত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় যুটিটোৱে ৷

ETV
থাইলেণ্ড অ’পেনঃ খিতাপ দখল ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ

এই কৃতিত্বৰে ৱৰ্ল্ড ট্যুৰ চুপাৰ 500 টুৰ্ণামেণ্টত খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেটমিন্টন খেলুৱৈৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.