ETV Bharat / sports

বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত ৰনকিৰেড্ডী-ছেট্টী

বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত হ'ল ৰনকিৰেড্ডী-ছেট্টী যুটী ৷ থাইলেণ্ড অ'পেন দখলৰ পাছতে ৰেংকিঙত উন্নীত হয় ভাৰতীয় যুটীটো ৷

বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত ৰনকিৰেড্ডী - ছেট্টী
author img

By

Published : Aug 6, 2019, 7:59 PM IST

স্পৰ্টছ ডেস্ক,6 আগষ্ট : থাইলেণ্ড অ'পেনৰ খিতাপ জয়ৰ পাছত বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত হৈছে স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ৷ মঙলবাৰে বিশ্ব বেডমিন্টন ফেডাৰেছনে (BWF) ঘোষণা কৰা ডাবলছৰ ৰেংকিঙত এই স্থান দখল কৰে ভাৰতীয় যুটীটোৱে ৷ উল্লেখ্য যে,থাইলেণ্ড অ'পেনৰ ফাইনেলত ভাৰতীয় যুটীটোৱে চীনৰ লি যুন হুই আৰু লিউ য়ু চেনৰ যুটীক 21-19,18-21,21-18 ছেটত পৰাস্ত কৰি পুৰুষৰ ডাবলছ খিতাপ অৰ্জন কৰিছিল ৷ ইয়াৰ বিপৰীতে ভাৰতীয় যুটীৰ হাতত পৰাস্ত হোৱা চীনৰ যুটীটোৱে এটা স্থান অৱনমিত হৈ তৃতীয় স্থানত ৰৈছে ৷

ETV BHARAT ASSAM
ৰনকিৰেড্ডী - ছেট্টী

আনহাতে,পুৰুষৰ ছিংগলছৰ ৰেংকিঙত কিডাম্বি শ্ৰীকান্ঠ, সমীৰ বৰ্মা আৰু ছাই প্ৰণীঠে ক্ৰমে 10,13 আৰু 19 সংখ্যক স্থানত ৰৈছে ৷ পাৰুপল্লী কাশ্যপে তিনিটা স্থান উৰ্দ্ধগামী হৈ 32 সংখ্যক স্থানত ৰৈছে ৷

ETV BHARAT ASSAM
পি. ভি. সিন্ধু

মহিলাৰ ছিংগলছত পি.ভি.সিন্ধু আৰু ছাইনা নেহৱালে পঞ্চম আৰু অষ্টম স্থানতে ৰৈছে ৷ মহিলাৰ ডাবলছত অশ্বিনী পোনাপ্পা আৰু এন.ছিক্কী ৰেড্ডীৰ যুটীয়ে পূৰ্বৰ স্থানৰ পৰা এক স্থান উৰ্দ্ধগামী হৈ 23 সংখ্যক স্থানত ৰৈছে ৷

ETV BHARAT ASSAM
ছাইনা নেহৱাল

RANKIREDDY-SHETTY BECOMES WORLD NUMBER NINE

বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত ৰনকিৰেড্ডী - ছেট্টী

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : থাইলেণ্ড অ'পেনৰ খিতাপ জয়ৰ পাছত বিশ্ব ৰেংকিঙৰ নৱম স্থানলৈ উন্নীত হৈছে স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ৷ মঙলবাৰে বিশ্ব বেডমিন্টন ফেডাৰেছনে (BWF) ঘোষণা কৰা ডাবলছৰ ৰেংকিঙত এই স্থান দখল কৰে ভাৰতীয় যুটীটোৱে ৷ উল্লেখ্য যে, থাইলেণ্ড অ'পেনৰ ফাইনেলত ভাৰতীয় যুটীটোৱে চীনৰ লি যুন হুই আৰু লিউ য়ু চেনৰ যুটীক 21-19, 18-21, 21-18 ছেটত পৰাস্ত কৰি পুৰুষৰ ডাবলছ খিতাপ অৰ্জন কৰিছিল ৷ ইয়াৰ বিপৰীতে ভাৰতীয় যুটীৰ হাতত পৰাস্ত হোৱা চীনৰ যুটীটোৱে এটা স্থান অৱনমিত হৈ তৃতীয় স্থানত ৰৈছে ৷

আনহাতে, পুৰুষৰ ছিংগলছৰ ৰেংকিঙত কিডাম্বি শ্ৰীকান্ঠ, সমীৰ বৰ্মা আৰু ছাই প্ৰণীঠে ক্ৰমে 10, 13 আৰু 19 সংখ্যক স্থানত ৰৈছে ৷ পাৰুপল্লী কাশ্যপে তিনিটা স্থান উৰ্দ্ধগামী হৈ 32 সংখ্যক স্থানত ৰৈছে ৷

মহিলাৰ ছিংগলছত পি. ভি. সিন্ধু আৰু ছাইনা নেহৱালে পঞ্চম আৰু অষ্টম স্থানতে ৰৈছে ৷ মহিলাৰ ডাবলছত অশ্বিনী পোনাপ্পা আৰু এন. ছিক্কী ৰেড্ডীৰ যুটীয়ে পূৰ্বৰ স্থানৰ পৰা এক স্থান উৰ্দ্ধগামী হৈ 23 সংখ্যক স্থানত ৰৈছে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.