ETV Bharat / sports

মালয়েছিয়া অ'পেনঃ প্ৰথম দিনাই নিৰাশাজনক প্ৰদৰ্শন ভাৰতৰ

প্ৰথম দিনাই মালয়েছিয়া অ'পেন বেটমিন্টন টুৰ্ণামেণ্ট 2019ত নিৰাশাজনক প্ৰদৰ্শন ভাৰতীয় বেটমিন্টন দলৰ ৷ ছিংগলছ আৰু ডাবলছ্ দুয়োটা শাখাতে পৰাজয়ৰ সন্মুখীন ভাৰতৰ খেলুৱৈ ৷

SAMEER VERMA
author img

By

Published : Apr 3, 2019, 6:49 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিলঃমঙলবাৰৰ পৰা আৰম্ভ হোৱা মালয়েছিয়া অ'পেন বেটমিন্টন টুৰ্ণামেণ্ট 2019ৰ প্ৰথম দিনাই নিৰাশাজনক আৰম্ভণীকৰিছে ভাৰতৰ খেলুৱৈয়ে ৷ ছিংগলছ আৰু ডাবলছ্ দুয়োটা শাখাতে ভাৰতীয় খেলুৱৈয়ে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছে ৷ পুৰুষৰ ছিংগলছ শাখাত সমীৰ বৰ্মাই চীনৰ শ্বী য়ুকিৰ হাতত 22-20, 21-23, 21-12 ছেটত পৰাস্ত হয় ৷ বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ য়ুকিয়ে 1 ঘন্টা 5 মিনিটৰ যুঁজত ভাৰতৰ প্ৰতিদ্বন্দীজনক পৰাজিত কৰে ৷

ইয়াৰোপৰি ডাবলছ্ত প্ৰণৱ জেৰি চোপ্ৰা আৰু এন. চিক্কী ৰেড্ডীয়ে আয়াৰলেণ্ডৰ চেন মেগী আৰু চোলে মেগীক 41 মিনিটৰ যুঁজত 22-20, 24-22 ছেটত পৰাজিত কৰে ৷ মহিলাৰ ডাবলছ্ত কোৰিয়াৰ বেয়ক হা না আৰু কিম হে ৰিনে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু এন চিক্কী ৰেড্ডীক 22-20, 17-21,22-20 ছেটত পৰাস্ত কৰে ৷

MALAYSIA OPEN : DISAPPOINTING START FOR INDIA

মালয়েছিয়া অ'পেন : প্ৰথম দিনাই নিৰাশাজনক প্ৰদৰ্শন ভাৰতৰ

নিউজ ডেস্ক, 3 এপ্ৰিল: মঙলবাৰৰ পৰা আৰম্ভ হোৱা মালয়েছিয়া অ'পেন বেটমিন্টন টুৰ্ণামেণ্ট 2019 ৰ প্ৰথম দিনাই নিৰাশাজনক আৰম্ভনি কৰিছে ভাৰতৰ খেলুৱৈয়ে ৷ ছিংগলছ আৰু ডাবলছ্ দুয়োটা শাখাতে ভাৰতীয় খেলুৱৈয়ে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছে ৷ পুৰুষৰ ছিংগলছ শাখাত সমীৰ বৰ্মাই চীনৰ শ্বী য়ুকিৰ হাতত 22-20, 21-23, 21-12 ছেটত পৰাস্ত হয় ৷ বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ য়ুকিয়ে 1 ঘন্টা 5 মিনিটৰ যুঁজত ভাৰতৰ প্ৰতিদ্বন্দীজনক পৰাজিত কৰে ৷  

ইয়াৰোপৰি ডাবলছ্ত প্ৰণব জেৰি চোপ্ৰা আৰু এন. চিক্কী ৰেড্ডীয়ে আয়াৰলেণ্ডৰ চেন মেগী আৰু চোলে মেগীক 41 মিনিটৰ যুঁজত 22-20, 24-22 ছেটত পৰাজিত কৰে ৷  মহিলাৰ ডাবলছ্ত কোৰিয়াৰ বেয়ক হা না আৰু কিম হে ৰিনে ভাৰতৰ অশ্বিনী পোনাপ্পা আৰু এন চিক্কী ৰেড্ডীক 22-20, 17-21,22-20 ছেটত পৰাস্ত কৰে ৷ 

PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.