ETV Bharat / sports

সম্পূৰ্ণ ভাৱে ফৰ্মত আহিবলৈ সময় লাগিবঃ কেৰোলিনা মাৰিন - টকিঅ' অলিম্পিক

কৰ'ণা ভাইৰাছৰ প্ৰকোপ নোহোৱা হ'লে আজি টকিঅ' অলিম্পিকৰ বাবে খিতাপ ৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰমত নিয়োজিত হৈ থাকিল হয় অলিম্পিক বিজয়ী কেৰোলিনা মাৰিন । কাৰণ চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল টকিঅ' অলিম্পিক ।

it will take some time before i can go full steam says Carolina Marin

author img

By

Published : Jul 6, 2020, 8:54 PM IST

স্পৰ্টছ ডেস্ক, 6 জুলাই : অলিম্পিক স্বৰ্ণ পদক বিজয়ী স্পেনিছ মহিলা বেডমিণ্টন খেলুৱৈ কেৰোলিনা মাৰিনে কয়, বিগত স্তৰৰ ফৰ্ম পুনৰ অতিক্ৰম কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব । কাৰণ কৰ'ণাৰ ফলত শাৰীৰিক ক্ষমতাত কিছু প্ৰভাৱ পৰিছে ।

উল্লেখ্য় যে, যদিহে বিশ্বত কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ নহ'ল হয় তেন্তে নিজৰ খিতাপ ৰক্ষাৰ বাবে কৰ্টত কঠিন পৰিশ্ৰমত নিয়োজিত থাকিল হেতেন মাৰিন । কাৰণ চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল টকিঅ' অলিম্পিক । বৰ্তমানে ইয়াক আগন্তুক বৰ্ষৰ বাবে স্থগিত কৰা হৈছে ।

বেডমিণ্টন খেলুৱৈ কেৰোলিনা মাৰিন
বেডমিণ্টন খেলুৱৈ কেৰোলিনা মাৰিন

এখন ইংৰাজী বাতৰি কাকতে মাৰিনক উদ্ধৃত কৰি কয়, "এই বৰ্ষ অলিম্পিকৰ বাবে কিছু পৃথক হ'ল হয় । ইয়াৰ বাবে প্ৰস্তুতি চলাই থাকিলো হয় । কিন্তু কৰ'ণাৰ বাবে সকলো স্থগিত হৈ পৰিল । বহু সময় অনুশীলন কৰা নাই । গতিকে আগৰ দৰে পুনৰ ফৰ্মত আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব । সময়ৰ সৈতে যেনেকৈ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, মই ফৰ্ম ঘূৰাই পোৱাৰ আশা কৰিছো ।

টকিঅ' অলিম্পিকৰ আয়োজন এই বৰ্ষৰ জুলাই-আগষ্টত হোৱাৰ কথা আছিল যদিও বৰ্তমানে ইয়াৰ আয়োজন অহা বছৰৰ 23 জুলাইৰ পৰা 8 আগষ্টলৈ স্থানান্তৰিত কৰা হৈছে । মাৰিনে পি.ভি সিন্ধুক পৰাস্ত কৰি অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.