ETV Bharat / sitara

বজালীত বাবুৰ গীতেৰে জীপাল নিশা - bajali babu assamese songs

বজালীৰ সৰুপেটা ভালাগুৰীত 5দিনীয়াকৈ অনুষ্ঠিত হোৱা কালীপূজাত বুধবাৰে নিশা সংগীত পৰিৱেশন কৰে সংগীত শিল্পীগৰাকীয়ে

বজালীত বাবু বৰুৱা
author img

By

Published : Oct 31, 2019, 5:19 PM IST

বজালী,31 অক্টোবৰঃ বজালীৰ সৰুপেটা ভালাগুৰীত 5 দিনীয়াকৈ উদযাপন কৰা হৈছে কালী পূজা ৷ প্ৰতিদিনে পূজাথলীত সমাগম ঘটে অগণন মানুহৰ ৷ এই কালী পূজাৰ মাজতে ৰখা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ কালী পূজা উপলক্ষে সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠশিল্পী বাবু বৰুৱাই মঞ্চত সংগীত পৰিৱেশন কৰি ৰাইজক আকৃষ্ট কৰে ৷

বজালীত বাবু বৰুৱা

বাবুৰ জনপ্ৰিয় গীত পেডেল মাৰি মাৰিৰ পৰা আৰম্ভ কৰি বহু জনপ্ৰিয় গীত পৰিৱেশন কৰি আপ্লুত কৰি তোলে উপস্থিত দৰ্শকক ৷ উল্লেখ্য যে,ভালাগুৰীৰ দৰে অঞ্চলত এনে ধৰণৰ পূজা উৎসৱ আয়োজনে বৃহত্তৰ অঞ্চলৰ ৰাইজক একতাৰে বান্ধি ৰখাৰ লগতে সকলোকে শাৰদীয় বতৰৰ তৃপ্তি লাভ কৰাৰ সুযোগ দি আহিছে ৷

Intro:Bajali kali puja

বজালীৰ সৰুপেটা ভালাগুৰীত 5 দিনীয়াকৈ কালী পূজা উদযাপন ll

বাবুৰ সংগীতানুষ্ঠানে মন মুহিলে জনতাৰ ll
Body:Bajali Kali puja

পাঠশালা,৩১ অক্টোবৰ: বজালী মহকুমাৰ সৰুপেটাৰ ভালাগুৰীত বিগত বৰ্ষৰ দৰে এইবেলিও 5 দিনীয়াকৈ উদযাপন কৰা হয় কালী পূজা l প্ৰতিদিনে পুজাথলীত সমাগম ঘটে অগনন জনতাৰ ll পুজা উপলক্ষে কালি অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠশিল্পী বাবু এ মঞ্চত সংগীত পৰিৱেশন কৰি ৰাইজক আকৃষ্ট কৰি তোলে ll পেডেল মাৰি মাৰিৰ পৰা আদি কৰি বহু জনপ্ৰিয় গীত পৰিবেশন কৰি বাবু এ সকলো শ্ৰেণীৰ দৰ্শকক আপ্লুত কৰি তোলে l উল্লেখযোগ্য যে ভালাগুৰীৰ দৰে অঞ্চলত এনে ধৰণৰ পূজা উৎসব আয়োজনে বৃহত্তৰ অঞ্চলৰ ৰাইজক একতাৰে বান্ধি ৰখাৰ লগতে সকলোকে শাৰদীয় বতৰৰ তৃপ্তি লাভ কৰাৰ সুযোগ দি আহিছে lConclusion:ভিডিঅ'-৫
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.