ETV Bharat / sitara

দুলাল ৰয়ৰ মন্তব্যৰ বিৰোধিতা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

দুলাল ৰয়ে আৱাহন থিয়েটাৰক উদ্দেশ্যি দিয়া মন্তব্যক লৈ সৰৱ হৈ উঠিছে আৱাহন থিয়েটাৰৰ কলা-কুশলীৰ লগতে প্ৰযোজক ৷ নাট্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত শিল্পীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি সংবাদমেল আয়োজন কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷

author img

By

Published : Nov 21, 2019, 5:00 AM IST

দুলাল ৰয়ৰ মন্তব্যৰ বিৰোধিতা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ

গুৱাহাটী, 20 নৱেম্বৰঃ দুলাল ৰয়ে আৱাহন থিয়েটাৰক উদ্দেশ্যি দিয়া মন্তব্যক লৈ সৰৱ হৈ উঠিছে আৱাহন থিয়েটাৰৰ কলা-কুশলীৰ লগতে প্ৰযোজক ৷ নাট্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত শিল্পীগৰাকীৰ এই মন্তব্যৰ বিৰোধিতা কৰি বুধবাৰে সংবাদমেল আয়োজন কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ আৱাহন থিয়েটাৰৰ নিজস্ব এটা সুকীয়া নাম আছে। আৱাহনত থকা কোনো কলা কুশলীয়ে নিজৰ প্ৰাপ্য নোপোৱাকৈ থকা নাই। আৱাহনৰ প্ৰতিজন কৰ্মকৰ্তাই কেন্দ্ৰীয় চৰকাৰৰ দৰে মাহেকীয়া বানচ সময়মতে পায় বুলি সংবাদ মেলত ব্যক্ত কৰে প্ৰস্তুতি পৰাশৰে ৷ ইয়াৰ লগতে অভিনেত্ৰী গৰাকীয়ে দুলাল ৰয়ক এইবাৰৰ আৱাহন থিয়টাৰৰ নাটক মেমচাহাব,মূলাগাভৰু,ইত্যাদি চাবলৈও অনুৰোধ জনায় ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে,যদিহে দুলাল ৰয়ে এই সমূহ নাটক চায় তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ বুজি পাব আৱাহন থিয়েটাৰে গ্লেমাৰহীন কেনে ধৰণৰ নাটক ৰাইজৰ আগত মঞ্চস্থ কৰি আহিছে ৷

উল্লেখ্য যে,নিজৰ এক লিখনিত দুলাল ৰয়ে ভ্ৰাম্যমানৰ সৈতে জড়িত কলা-কুশলীয়ে সময়মতে দৰমহা নোপোৱা আৰু মহিলাৰ চুটি কাপোৰ পিন্ধাক লৈও তেওঁ মন্তব্য কৰিছিল। দুলাল ৰয়ক ভৱিষ্যতে এনেধৰণৰ মন্ত্যব্য নকৰিবলৈ উক্ত সংবাদমেল যোগে অনুৰোধ জনায় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।

অসমৰ তিনিজন আধুনিক বদন কোন ?

Intro:নাট্য সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত শিল্পী দুলাল ৰয়ৰ মন্তব্যৰ বিৰোধিতা কৰি প্ৰস্তুতি পৰাশৰৰ সংবাদমেল। দুলাল ৰয়ে আৱাহন থিয়েটাৰক উদ্দেশ্যি দিয়া মন্তব্যক লৈ এতিয়া সৰৱ হৈ উঠিছে আৱাহন থিয়েটাৰৰ কলা-কুশলীৰ লগতে প্ৰযোজক।
থিয়েটাৰৰ সৈতে জড়িত কলা-কুশলীয়ে সময়মতে দৰমহা নোপোওৱা আৰু মহিলাৰ চুটি কাপোৰ পিন্ধাক লৈও তেওঁ মন্তব্য কৰিছিল । উক্ত কথাসমূহৰ বিৰোধিতা কৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।
Body: ইয়াৰ লগতে, অভিনেত্ৰী গৰাকীয়ে দুলাল ৰয়ক এইবাৰৰ আৱাহন থিয়টাৰৰ নাটক ক্ৰমে মেমচাহাব, মূলাগা u itভৰু, ইত্যাদি চাবলৈও অনুৰোধ জনায়।অভিনেত্ৰীগৰাকীয়ে কয় যে, যদিহে দুলাল ৰয়ে এই সমূহ নাটক চায় তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ বুজি পাব আৱাহন থিয়েটাৰে এইবাৰ গ্লেমাৰহীন কেনে ধৰণৰ নাটক ৰাইজৰ আগত মঞ্চস্থ কৰিছে।Conclusion:আৱাহন থিয়েটাৰৰ নিজস্ব এটা সুকীয়া নাম আছে। আৱাহন ত থকা কোনো কলা কুশলীয়ে নিজৰ প্ৰাপ্য নোপোৱাকৈ থকা নাই। আৱাহন প্ৰতি জন কৰ্মকৰ্তাই কেন্দ্ৰীয় চৰকাৰৰ দৰে মাহেকীয়া বানচ সময়মতে পায় বুলি জনালে প্ৰস্তুতি পৰাশৰে।দুলাল ৰয়ক ভৱিষ্যত তে এনেধৰণৰ মন্ত্যব নকৰিবলৈ অনুৰোধ প্ৰস্তুতি পৰাশৰৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.