ETV Bharat / sitara

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সহাৰি অভিনেত্ৰী অনন্যা পাচনীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক সমৰ্থন জনাইছে অভিনেত্ৰী অনন্যা পাচনিয়ে । জ্যোতিষ শাস্ত্ৰত বিশ্বাস ৰখা অনন্যাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ তত্ত্ব বুজিব পাৰিছে বুলি উল্লেখ কৰে ৷

author img

By

Published : Apr 5, 2020, 8:25 PM IST

ananya pachani support pm modi appeal
প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন অভিনেত্ৰী অনন্যা পাচনীৰ

গুৱাহাটী,5 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্তি প্ৰজ্বলনৰ আহ্বানক সমৰ্থন অভিনেত্ৰী অন্যান্য পাচনিৰ । দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত প্ৰথম প্ৰশ্ন উদয় হৈছিল যদিও জ্যোতিষ শাস্ত্ৰত বিশ্বাস ৰখা অনন্যা পাচনিয়ে বিভিন্ন কিতাপ পঢ়াৰ লগতে youtubeত বিভিন্ন ভিডিঅ' চোৱাৰ পিছত সকলো কথা বুজি উঠিছে বুলি জানিবলৈ দিয়ে ।

মনৰ আন্ধাৰ দূৰ কৰি মানসিক শক্তিৰ বাবে এই আহ্বান কৰা বুলি বিশ্বাস কৰি অসমৰ ৰাইজক লক ডাউনৰ সময়ত চৰকাৰী নীতি নিৰ্দেশনা মানি চলি এগছি চাকি জ্বলাবলৈ আহ্বান কৰিলে অভিনেত্ৰীগৰাকীয়ে।

লগতে পঢ়কঃকৰ'ণা ভাইৰাছঃ গীতেৰে সজাগতা সৃষ্টিৰ বিনম্ৰ প্ৰয়াস ইটিভি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.