ETV Bharat / sitara

দিল্লীত কৰ মুক্ত ঘোষণা ছুপাৰ 30

বিহাৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পাছত এইবাৰ দিল্লীত কৰ মুক্ত ঘোষণা  ছুপাৰ 30

author img

By

Published : Jul 25, 2019, 12:32 AM IST

Updated : Jul 25, 2019, 12:10 PM IST

দিল্লীত কৰ মুক্ত ঘোষণা  ছুপাৰ 30

নিউজ ডেস্ক, 24 জুলাই : ঋত্বিক ৰোচন অভিনীত ছবি ছুপাৰ 30 ক বুধবাৰে কৰ মুক্ত ঘোষণা কৰে দিল্লী চৰকাৰে ৷ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই বুধবাৰে টুইটাৰযোগে কয় যে দিল্লী চৰকাৰে ছুপাৰ 30 ছবিখন কৰ মুক্ত কৰিছে যাতে ছবিখনে দিল্লীৰ ছাত্ৰ আৰু শিক্ষকসকলক প্ৰেৰণা যোগাব পাৰে ৷

দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আনন্দ কুমাৰে প্ৰত্যেক মাহে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত এটা বিশেষ ক্লাছ ল'ব ৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক অনলাইনযোগে এই পাঠদান কৰিব ৷

ঋত্বিক ৰোচন অভিনীত ছবি ছুপাৰ 30য়ে 12 জুলাইত মুক্তিলাভ কৰাৰ পাছৰে পৰা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বিহাৰৰ গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনভিত্তিত নিৰ্মাণ কৰা হৈছে ছবিখন ৷

Intro:Body:

V

Conclusion:
Last Updated : Jul 25, 2019, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.