নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী : বলিউ তাৰকা শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান' 2021ত মুক্তিৰ বিপৰীতে মুক্তি পাব 2022 চনত ৷ চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদাৰ্চে টুইটাৰ যোগে এই কথা সদৰি কৰে ৷
-
#BreakingNews... #Pathan - which marks #SRK’s return to the big screen after a hiatus - will release in 2022... Not 2021... #SRK collaborates with leading production house #YRF after a long gap. pic.twitter.com/UdqTsdAoBp
— taran adarsh (@taran_adarsh) February 21, 2021 " class="align-text-top noRightClick twitterSection" data="
">#BreakingNews... #Pathan - which marks #SRK’s return to the big screen after a hiatus - will release in 2022... Not 2021... #SRK collaborates with leading production house #YRF after a long gap. pic.twitter.com/UdqTsdAoBp
— taran adarsh (@taran_adarsh) February 21, 2021#BreakingNews... #Pathan - which marks #SRK’s return to the big screen after a hiatus - will release in 2022... Not 2021... #SRK collaborates with leading production house #YRF after a long gap. pic.twitter.com/UdqTsdAoBp
— taran adarsh (@taran_adarsh) February 21, 2021
তেওঁ টুইটাৰত এই কথা সদৰি কৰি লিখে, বলিউড তাৰকা শ্বাহৰুখ খান আৰু দিপীকা পাডুকনে অভিনয় কৰা 'পাথান' ছবি খন 2021 চনৰ বিপৰীতে 2022 চনত মুক্তি পাব ৷ বহু দিনৰ বিৰতিৰ পিচত ছবি গৃহলৈ আহিব দৰ্শকে অতি আগ্ৰহেৰে বাট চাই থকা শ্বাহৰুখ খানৰ 'পাথান' ছবিখন ৷ অৱশ্যে বৰ্তমানেও ধাৰ্য কৰা নাই ছবি খনৰ মুক্তিৰ তাৰিখ ৷