ETV Bharat / sitara

আহি আছে সোনাক্ষী সিন্হাৰ ছবি ভূজ:দ্যা প্ৰাইড অফ ইণ্ডিয়া - নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিজৰ বাবে ঘৰ ক্ৰয় কৰাটো এটা সপোন আছিল

বলিউড অভিনেত্ৰী সোনাক্ষী সিন্হাই মুম্বাইৰ বান্দ্ৰাত এটা ঘৰ ক্ৰয় কৰে । নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিজৰ বাবে ঘৰ ক্ৰয় কৰাটো এটা সপোন আছিল বুলি মন্তব্য কৰে অভিনেত্ৰী সোনাক্ষীয়ে ।

আহি আছে সোনাক্ষী সিন্হাৰ ছবি ভূজ:দ্যা প্ৰাইড অফ ইণ্ডিয়া

author img

By

Published : Jan 23, 2021, 9:51 PM IST

চিটাৰা ডেস্ক, ২৩ জানুৱাৰী: বলিউড অভিনেত্ৰী সোনাক্ষী সিন্হাই মুম্বাইৰ বান্দ্ৰাত এটা ঘৰ ক্ৰয় কৰে । নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিজৰ বাবে ঘৰ ক্ৰয় কৰাটো এটা সপোন আছিল বুলি ঘৰটো ক্ৰয় কৰি সোনাক্ষীয়ে কয় । উল্লেখ্য যে, মুম্বাইৰ জুহু অঞ্চলত পৰিয়ালৰ সৈতে সোনাক্ষীয়ে বাস কৰে । বিগত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁলোকৰ বাসগৃহ 'ৰামায়ন'ৰ সমগ্ৰ মহলাত ডিজাইন কৰে । অৱশ্যে 'ৰামায়ন'ৰ পৰা অন্য স্থানলৈ যোৱাৰ পৰিকল্পনা কৰা নাই বুলি কলে সোনাক্ষীয়ে ।

ইফালে তেওঁৰ পৰৱৰ্তী ছবি ভূজ:দ্যা প্ৰাইড অফ ইণ্ডিয়া মুক্তিৰ বাবে ইতিমধ্যে সম্পূৰ্ণ ৰূপত সাজু হৈছে । এই ছবিখনত একেলগে অভিনয় কৰিছে অজয় দেৱগন, সঞ্জয় দত্ত, শাৰদ কেলকাৰ, এমি ভিৰ্ক, প্ৰণিতা সুভাষ আৰু নোৰা ফাতেহীয়ে । ছবিখন ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ পটভূমিত নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক:উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.