ETV Bharat / sitara

মুম্বাইত আৰম্ভ হ'ল চাহোৰ শ্বুটিং

অনুৰাগীৰ বহু অপেক্ষাৰ অন্ত পেলাই এই বৰ্ষতে মুক্তি পাব বৰ্ষটোৰ বহু প্ৰত্যাশিত বিগ বাজেটৰ ছবি চাহো

author img

By

Published : Apr 22, 2019, 8:35 AM IST

Updated : Apr 22, 2019, 9:05 AM IST

মুম্বাইত আৰম্ভ হ'ল সাহোৰ শ্বুটিং

নিউজ ডেক্স,২২ এপ্ৰিলঃ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি চাহোৰ বাবে অপেক্ষাৰত সকলো অনুৰাগী । শেহতীয়াকৈ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ কাম-কাজ চলি আছে মুম্বাই চহৰত। চলচ্চিত্ৰখনৰ সহ অভিনেতা নীল নীতিন মুকেশে নিজৰ ইনষ্টাগ্ৰাম যোগে এই কথা সদৰী কৰে অনুৰাগীৰ মাজত । তেওঁ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু চলচ্চিত্ৰখনৰ প্ৰযোজক সুজীথৰ সৈতে মুম্বাইত শ্বুটিঙৰ সময়ছোৱাৰ এখন সুন্দৰ ফটো প্ৰকাশ কৰে ইনষ্টাগ্ৰামযোগে ।

etv_bharat_assam
মুম্বাইত আৰম্ভ হ'ল সাহোৰ শ্বুটিং

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ ক্ষেত্ৰখনত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু জনপ্ৰিয় অভিনেতা প্ৰভাসে একেলগে কাম কৰিছে । লগতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এইয়া শ্ৰদ্ধা কাপুৰৰ প্ৰথম পদাৰ্পণ । প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও চলচ্চিত্ৰখনত নীল নীতিন মুকেশ, জেকি শ্ৰফ,মন্দিৰা বেদী, মহেশ মঞ্জেৰকাৰ,চাংকী পাণ্ডেৰ দৰে বহু পৰিচিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ।

SAHOO SHOOT IN MUMBAI
মুম্বাইত আৰম্ভ হ'ল সাহোৰ শ্বুটিং

অনুৰাগীৰ বহু অপেক্ষাৰ অন্ত পেলাই এই বৰ্ষতে মুক্তি পাব বৰ্ষটোৰ বহু প্ৰত্যাশিত বিগ বাজেট ছবি সাহো

নিউজ ডেক্স,২২ এপ্ৰিলঃ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি  সাহোৰ বাবে অপেক্ষাৰত সকলো অনুৰাগী । শেহতীয়াকৈ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ কাম-কাজ চলি আছে মুম্বাই চহৰত । চলচ্চিত্ৰখনৰ সহ অভিনেতা নীল নীতিন মুকেশে নিজৰ ইনষ্টাগ্ৰাম যোগে এই কথা সদৰী কৰে অনুৰাগীৰ মাজত । তেঁও অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু চলচ্চিত্ৰখনৰ প্ৰযোজক সুজীথৰ সৈতে মুম্বাইত শ্বুটিঙৰ সময়ছোৱাৰ এখন সুন্দৰ ফটো প্ৰকাশ কৰে ইনষ্টাগ্ৰামযোগে । 
 উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ ক্ষেত্ৰখনত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু জনপ্ৰিয় অভিনেতা প্ৰভাসে একেলগে কাম কৰিছে । লগতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰজগতত এইয়া শ্ৰদ্ধা কাপুৰৰ প্ৰথম পদাৰ্পণ । 
প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও চলচ্চিত্ৰখনত নীল নীতিন মুকেশ, জেকি শ্ৰফ,মন্দিৰা বেদী, মহেশ মঞ্জেৰকাৰ,চাংকী পাণ্ডেৰ দৰে পৰিচিত বহু অভিনেতাই অভিনয় কৰিছে । 

Last Updated : Apr 22, 2019, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.