চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে তামিল ছবি জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তক শুভেচ্ছা জ্ঞাপন কৰে । ৭০ সংখ্যক ওপজা দিনত তেওঁৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ১৯৫০ চনৰ আজিৰ দিনটোতে শিৱাজী ৰাও গাৱেকৱাড় ওৰফে ৰজনীকান্তে জন্ম গ্ৰহণ কৰে । কেৱল অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰাই নহয়, পৰিচালক আৰু স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে তেওঁ সুখ্যাতি লাভ কৰিছে ।
-
Dear @rajinikanth Ji, wishing you a Happy Birthday! May you lead a long and healthy life.
— Narendra Modi (@narendramodi) December 12, 2020 " class="align-text-top noRightClick twitterSection" data="
">Dear @rajinikanth Ji, wishing you a Happy Birthday! May you lead a long and healthy life.
— Narendra Modi (@narendramodi) December 12, 2020Dear @rajinikanth Ji, wishing you a Happy Birthday! May you lead a long and healthy life.
— Narendra Modi (@narendramodi) December 12, 2020
আনহাতে, বছৰ বছৰ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্তত শেহতীয়াকৈ ৰজনীকান্তে ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক:বলীউডৰ অভিনেত্ৰী আৰ্যা বেনাৰ্জীৰ মৃত্যু