ETV Bharat / sitara

হাস্যমধুৰ ভৌতিকধৰ্মী ছবিৰ সোৱাদ দিবলৈ আহি আছে 'লক্ষ্মী ব'ম্ব'

আগন্তুক বৰ্ষৰ ঈদৰ সময়ত মুক্তি পাব অক্ষয় কুমাৰ,কিয়াৰা আদৱানী অভিনীত ছবিখন

লক্ষ্মী ব'ম্ব
author img

By

Published : Nov 3, 2019, 2:41 PM IST

চিটাৰা ডেস্ক,3 নৱেম্বৰঃ মুক্তিৰ বাবে সাজু অক্ষয় কুমাৰ আৰু কিয়াৰা আদৱানী অভিনীত ছবি লক্ষ্মী ব'ম্ব ৷ ৰাঘৱ ল'ৰেঞ্চৰ দ্বাৰা পৰিচালনা ও নিৰ্মিত হোৱা ছবিখন মুক্তি পাব আগন্তুক বৰ্ষৰ ঈদৰ সময়ত ৷ 2011 বৰ্ষৰ তামিল চুপাৰহিট ছবি ' মুনি-2ঃ কাঞ্চনা'ৰ হিন্দী ৰিমেক লক্ষ্মী ব'ম্ব ৷ জানিব পৰা মতে, ছবিখনৰ বাজেট 105 কোটি ৷ ছবিখন মুক্তি পাব আগন্তুক বৰ্ষৰ ঈদত ৷ শেহতীয়াকৈ, ফক্স ষ্টাৰ ষ্টুডিঅ'ই নিজৰ টুইটাৰ একাউন্ট যোগে ঘোষণা কৰে এই কথা ৷

Intro:Body:

laxmi bomb

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.