ETV Bharat / sitara

কাঞ্চনজংঘাৰ প্ৰতিটো দৰ্শনী হাউচফুল

author img

By

Published : Sep 9, 2019, 7:38 PM IST

জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখনে তিনিটা দিনৰ ভিতৰত অৰ্জন কৰিছে প্ৰায় 1 কোটি 38 লাখ টকা

কাঞ্চনজংঘাৰ প্ৰতিটো দৰ্শনী হাউচফুল

নিউজ ডেক্স,9 ছেপ্টেম্বৰঃ বক্স অফিচত চুপাৰহিট জুবিনৰ কাঞ্চনজংঘা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহত সগৌৰৱে চলিছে কাঞ্চনজংঘা ৷ প্ৰতিটো ছবিগৃহতে হাউচফুল ছবিখন ৷ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰা ছবিখনে মুক্তিৰ তিনিটা দিনৰ ভিতৰত অৰ্জন কৰিছে প্ৰায় 1কোটি 38 লাখ টকা ৷ ছবিখনে মুক্তিৰ প্ৰথম দিনা অৰ্জন কৰে 40 লাখ টকা, দ্বিতীয় দিনা অৰ্জন কৰে 38.05 লাখ টকা আৰু তৃতীয় দিনা অৰ্জন কৰে 59.01 লাখ টকা ৷

kanchanjangha box office collection

Intro:Body:

kanchanjangha box office collection

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.