চিটাৰা ডেক্স,27 ছেপ্টেম্বৰঃ আজি মুক্তি পালে দৰ্শকৰ বহু প্ৰত্যাশিত ছবি 'হাউচফুল-4'ৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰ জৰিয়তে ছবিখন যে মনোৰঞ্জনধৰ্মী প্ৰেম কাহিনীৰ প্ৰেক্ষাপটত নিৰ্মিত হৈছে সেইয়া নিশ্চিত হৈ পৰিছে৷ ছবিখনৰ তাৰকাসকলে চ'ছিয়েল মিডিয়াযোগে প্ৰকাশ কৰে ছবিখনৰ ট্ৰেইলাৰ ৷ ছাজিদ নাদিয়াদৱালাৰ দ্বাৰা পৰিচালিত ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰে,ৰীতেশ দেশমুখ,ববী দেউল,কীৰ্তি সেনন,পূজা হেগ্ৰে আৰু কীৰ্তি খাৰবাণ্ডাই ৷ উল্লেখ্য যে, ছবিখন ছবিগৃহলৈ আহিব এইবৰ্ষৰ 25 অক্টোবৰ তাৰিখে ৷
-
Kaun hogi kiski patni, aur kiski bhabhi hogi kiski Biwi! Ek entertaining kahaani laa raha #Housefull4Trailer 🍿https://t.co/tRgD8NkBbv#SajidNadiadwala @Riteishd @thedeol @kritisanon @hegdepooja @kriti_official @farhad_samji @WardaNadiadwala @foxstarhindi @NGEMovies @sudeepdop
— Akshay Kumar (@akshaykumar) September 27, 2019 " class="align-text-top noRightClick twitterSection" data="
">Kaun hogi kiski patni, aur kiski bhabhi hogi kiski Biwi! Ek entertaining kahaani laa raha #Housefull4Trailer 🍿https://t.co/tRgD8NkBbv#SajidNadiadwala @Riteishd @thedeol @kritisanon @hegdepooja @kriti_official @farhad_samji @WardaNadiadwala @foxstarhindi @NGEMovies @sudeepdop
— Akshay Kumar (@akshaykumar) September 27, 2019Kaun hogi kiski patni, aur kiski bhabhi hogi kiski Biwi! Ek entertaining kahaani laa raha #Housefull4Trailer 🍿https://t.co/tRgD8NkBbv#SajidNadiadwala @Riteishd @thedeol @kritisanon @hegdepooja @kriti_official @farhad_samji @WardaNadiadwala @foxstarhindi @NGEMovies @sudeepdop
— Akshay Kumar (@akshaykumar) September 27, 2019