ETV Bharat / sitara

ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক সতৰ্কবাণী পপ ষ্টাৰ চেলেনাৰ

author img

By

Published : May 16, 2019, 10:37 AM IST

বিগত কিছু বৰ্ষৰ পৰা ছ'চিয়েল মিডিয়াৰ বাবেই শিল্পী গৰাকীৰ ব্যক্তিগত জীৱনৰ উত্থান-পতনৰ সন্মুখীন হৈছে ৷ যাৰ বাবে ইষ্টাগ্ৰামত 150 মিলিয়নত কৈ অধিক অনুসৰণকাৰী থকাৰ পাচতো ফটো শ্বেয়াৰৰ পৰা বিৰত থাকে ৷

প'প ষ্টাৰ চেলেনা গোমেজ

নিউজ ডেস্ক, 16 মে': কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল আমেৰিকান গায়িকা চেলেনা গোমেজক ৷ ৰেড কাৰ্পেটত ভৰি থৈ পপ ষ্টাৰ গৰাকীয়ে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ অন্ধাকাৰ দিশ সম্পৰ্কে মন্তব্য কৰে ৷ 26 বছৰীয়া জনপ্ৰিয় শিল্পী গৰাকীয়ে কয়, বিগত কিছু বৰ্ষৰ পৰা ছ’চিয়েল মিডিয়াৰ বাবেই শিল্পী গৰাকীৰ ব্যক্তিগত জীৱনৰ উত্থান-পতনৰ সন্মুখীন হৈছে ৷ যাৰ বাবে ইষ্টাগ্ৰামত 150 মিলিয়নত কৈ অধিক অনুসৰণকাৰী থকাৰ পাচতো ফটো শ্বেয়াৰৰ পৰা বিৰত থাকে ৷ আনহাতে, কাঁ চলচ্চিত্ৰ মহোৎসৱত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত শিল্পী গৰাকীৰ আগন্তুক ছবি 'দ্যা ডেড ডণ্ট ডাই' ত ছ'চিয়েল মিডিয়াৰ দ্বাৰা ভুক্তভোগী হ'বলগীয়া বিষয় সামৰি লোৱা হৈছে বুলি মন্তব্য কৰা উপৰিও বৰ্তমান সময়ত ইয়াৰ ভয়াৱহতাৰ পৰা সতৰ্ক থাকিবলৈ মন্তব্য কৰে অনুৰাগীসকলক ৷

New Delhi, May 16 (ANI): Cannes film festival is currently underway and is seeing the who's who from the industry taking the red carpet by storm. American singer Selena Gomez too graced the red carpet of the film festival and opened up about the dark side of social media.The 26-year-old star says she has become more private about her life in recent years as she is battling personal turmoil. Gomez, who has more than 150 million followers on Instagram, is less active on the photo-sharing application than many other celebrities amid her health struggles, reported E! News. At a Cannes press conference for her new movie titled 'The Dead Don't Die', she addressed the issue of social media and the exposure surrounding it. She also said how the platform is terrible for the current.

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.