ETV Bharat / sitara

অজয়ৰ নতুন ছবি 'দে দে প্যয়াৰৰ' ট্ৰেইলৰ মুকলি

অজয় দেৱগণৰ আজি 50 সংখ্যক ওপজা দিন ৷ আজি ওপজা দিনটোতেই অভিনেতা জনৰ আহিব লগীয়া নতুন ছবি দে দে প্যয়াৰ দে ছবিখনৰ ট্ৰেইলৰ মুক্তি দিছে ৷ ছবিখনত অভিনেতা অজয় দেৱগণে নিজৰ জীয়াৰীৰ বয়সৰ যুৱতীৰ লগত ৰোমান্স কৰা দেখা যাব ৷

অজয়ৰ নতুন ছবি 'দে দে প্যয়াৰৰ' ট্ৰেইলৰ মুকলি
author img

By

Published : Apr 2, 2019, 7:45 PM IST

নিউজ ডেস্ক 2 এপ্ৰিলঃজনপ্ৰিয় বলিউদ অভিনেতা অজয় দেৱগণৰ আজি 50 সংখ্যক ওপজা দিন ৷ আজি ওপজা দিনটোতেই অভিনেতাজনৰ আহিব লগীয়া নতুন ছবি দে দে প্যয়াৰ দে ছবিখনৰ ট্ৰেইলৰ মুক্তি দিছে ৷ ছবিখনতঅভিনেতা অজয় দেৱগণেনিজৰ জীয়াৰীৰ বয়সৰ যুৱতীৰ লগত ৰোমান্স কৰা দেখা যাব ৷

দে দে প্যয়াৰত দেত অজয় দেৱগণৰ প্ৰথমা পত্নীৰ ভূমিকাত তাবুয়ে অভিনয় কৰিছে ৷ 3 মিনিট 17 চেকেণ্ডৰ এই ট্ৰেইলৰত দেখা গৈছে যে কেনেদৰে নিজতকৈ কম বয়সৰ প্ৰেমিকাক লৈ অজয় দেৱগণে নিজৰ সন্তান,পত্নী আৰু পিতৃ মাতৃৰ সন্মুখীন হোৱা দেখা গৈছে ৷ অজয় দেৱগণৰ কম বয়সৰ প্ৰেমিকাৰ ৰূপত ৰাকুলপ্ৰীত সিঙে অভিনয় কৰিছে ৷

ছবিখনত মি টুত অভিযুক্ত আলোক নাথে অজয় দেৱগণৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে ৷ লগতে জাভেদ জাফ্ৰীয়ে অজয় দেৱগণৰ বন্ধুৰ ভূমিকাত অভিনয় কৰিছে ৷ টোটেল ধামালৰ পিচতেই চলিত বৰ্ষত অজয় দেৱগণৰ এইখন দ্বিতীয় খন কমেডী ছবি ৷ দে দে প্যয়াৰ দে ছবিখন চলিত বৰ্ষত 17 মেত ছবি গৃহলৈ আহিব ৷

de de pyaar de flim trailer out today 

অজয়ৰ নতুন ছবি দে দে প্যয়াৰৰ ট্ৰেইলৰ মুকলি

নিউজ ডেস্ক 2 এপ্ৰিলঃ- জনপ্ৰিয় বলিউদ অভিনেতা অজয় দেৱগণৰ আজি 50 সংখ্যক ওপজা দিন৷ আজি ওপজা দিনটোতেই অভিনেতা জনৰ আহিব লগীয়া নতুন ছবি দে দে প্যয়াৰ দে ছবি খনৰ ট্ৰেইলৰ মুক্তি দিছে৷ ছবি খনত মূলত অভিনেতা জনে নিজৰ জীয়াৰীৰ বয়সৰ যুৱতীৰ লগত ৰোমান্স কৰা দেখা যাব৷ 

দে দে প্যয়াৰত দেত  অজয় দেৱগণৰ প্ৰথমা পত্নীৰ ভূমিকাত তাবুয়ে অভিনয় কৰিছে৷ 3 মিনিট 17 চেকেণ্ডৰ এই ট্ৰেইলৰত দেখা গৈছে যে কেনেদৰে নিজতকৈ কম বয়সৰ প্ৰেমিকাক লৈ অজয় দেৱগণে নিজৰ সন্তান পত্নী আৰু পিতৃ মাতৃৰ সন্মুখীন হোৱা দেখা গৈছে৷ অজয় দেৱগণৰ কম বয়সৰ প্ৰেমিকাৰ ৰূপত ৰকুলপ্ৰীত সিঙে অভিনয় কৰিছে৷ 

ছবি খনত মি টুত অভিযুক্ত আলোক নাথে অজয় দেৱগণৰ পিতৃৰ ভূমিকাত অভিনয় কৰিছে৷ লগতে জাভেদ জাফৰীয়ে অজয় দেৱগণৰ বন্ধুৰ ভূমিকাত অভিনয় কৰিছে৷ টোটেল ধামালৰ পিচতেই চলিত বৰ্ষত অজয় দেৱগণৰ এই খন দ্বিতীয় খন কমেডী ছবি৷ দে দে প্যয়াৰ দে ছবি খন চলিত বৰ্ষত 17 মেত ছবি গৃহলৈ আহিব৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.