ETV Bharat / sitara

মুক্তি পালে Dabbang3ৰ ট্ৰেইলাৰ - Dabbang3ৰ ট্ৰেইলাৰ মুক্তি

বহু প্ৰতীক্ষিত ছবি Dabbang3ৰ ট্ৰেইলাৰ বুধবাৰে মুক্তি পালে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, সোনাক্ষী সিন্হায়ে৷ ছবিখনত পোন প্ৰথম বাৰৰ বাবে নিজৰ অভিনয়ৰে বলিউডত খোজ পেলাব মহেশ মাঞ্জৰেকাৰৰ কন্যা সাই মাঞ্জেকাৰে৷

Dabbang3ৰ ট্ৰেইলাৰ মুক্তি
author img

By

Published : Oct 24, 2019, 12:01 AM IST

চিটাৰা ডেস্ক, 23 অক্টোবৰ: বুধবাৰে মুক্তি পালে বহু প্ৰতীক্ষিত ছবি Dabbang3ৰ ট্ৰেইলাৰ৷ আগৰ Dabbang1আৰু Dabbang2 এ বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ দৰ্শকৰ মাজত খলকনি তুলিবলৈ আহি আছে Dabbang3 ৷

Dabbang3ৰ ট্ৰেইলাৰ মুক্তি
ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, সোনাক্ষী সিন্হায়ে৷ ছবিখনত পোনপ্ৰথম বাৰৰ বাবে নিজৰ অভিনয়ৰে বলিউডত খোজ পেলাব মহেশ মাঞ্জৰেকাৰৰ কন্যা সাই মাঞ্জেকাৰে ৷ য'ত তেওঁ ছলমান খান অৰ্থাৎ চুলবুল পাণ্ডেৰ প্ৰেমিকাৰ ৰূপত দেখিবলৈ পোৱা যাব ছাই মাঞ্জৰেকাৰক ৷ আনহাতে ছবিখনত চুলবুল পাণ্ডেৰ পত্নীৰ অৰ্থাৎ ৰজ্জ' ৰ ভুমিকা পালন কৰিছে অভিনেত্ৰী সোনাক্ষী সিন্হাই ৷
ডিচেম্বৰৰ 20 তাৰিখে মুক্তি লাভ কৰিব প্ৰভুদেৱা পৰিচালিত ছবিখন ৷

768-512-4847103-22-4847103-1571837197395.jpg
মুক্তি পালে Dabbang3ৰ ট্ৰেইলাৰ

বুধবাৰে মুক্তি পালে বহু প্ৰতিক্ষীত ছবি Dabbang3ৰ ট্ৰেইলাৰ৷ আগৰ Dabbang1আৰু Dabbang2 এ বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ দৰ্শকৰ মাজত খলকনি তুলিবলৈ আহি আছে Dabbang3৷

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, সোনাক্ষী সিন্হায়ে৷ ছবিখনত পোন প্ৰথম বাৰৰ বাবে নিজৰ অভিনয়ৰে বলিউডত খোজ পেলাব মহেশ মাঞ্জৰেকাৰৰ কন্যা সাই মাঞ্জেকাৰে৷ যত তেওঁ ছলমান খান অৰ্থাৎ চুলবুল পাণ্ডেৰ প্ৰেমিকাৰ ৰূপত দেখিবলৈ পোৱা যাব ছাই মাঞ্জৰেকাৰক৷ আনহাতে ছবিখনত চুলবুল পাণ্ডেৰ পত্নীৰ অৰ্থাৎ ৰজ্জ' ৰ ভুমিকা পালন কৰিছে অভিনেত্ৰী সোনাক্ষী সিন্হাই৷

ডিচেম্বৰৰ 20 তাৰিখে মুক্তি লাভ কৰিব প্ৰভুদেৱা পৰিচালিত ছবিখন৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.