ETV Bharat / sitara

এইবাৰ ছবিগৃহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত ছবি 'আমিষ'

author img

By

Published : Oct 17, 2019, 1:55 PM IST

22 নৱেম্বৰত অসমৰ লগতে সমগ্ৰ ভাৰতত মুক্তি পাব ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবি 'আমিষ'

ভাস্কৰ হাজৰিকাৰ আমিষ

চিটাৰা ডেস্ক,17 অক্টোবৰঃ অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ ৷ বিগত দিনকেইটাত মুক্তি পাইছে এখনৰ পিছত আনখন অসমীয়া সফল ছবি ৷ শেহতীয়াকৈ প্ৰসিদ্ধ বলীউড ছবি নিৰ্মাতা তথা নিৰ্দেশক অনুৰাগ কাশ্যপে প্ৰকাশ কৰে যে, 22 নৱেম্বৰত মুক্তি পাব ভাস্কৰ হাজৰিকাৰ আমিষ চলচ্চিত্ৰই ৷

Assamese movie Aamis
অসমীয়া নতুন ছবি আমিষ

উল্লেখ্য যে, ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই আমিষ চলচ্চিত্ৰখনে দুটাকৈ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল ৷ চলচ্চিত্ৰখন নিউয়ৰ্কত অনুষ্ঠিত 'ই ত্ৰিবেকা ফিল্ম ফেষ্টিভেল'তো প্ৰদৰ্শিত হৈছিল ৷ ইয়াৰোপৰি 'ছিংগাপুৰ চাউথ এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাস্কৰ হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ইফালে ছবিখনৰ অভিনেত্ৰী লিমা দাসে লাভ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে লিমা দাস,অৰ্ঘদ্বীপ বৰুৱাৰ লগতে সহায়কাৰী চৰিত্ৰত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ আৰু মানস কে দাসে ৷ অনুৰাগ কাশ্যপে ছবিখনৰ প্ৰচাৰ চলোৱা সন্দৰ্ভত ভাস্কৰ হাজৰিকাই কয় যে, " অনুৰাগ কাশ্যপে ছবিখনৰ প্ৰদৰ্শন কৰাটোৱে আমাৰ দলৰ লোকসকলৰ সপোন বাস্তৱত ৰূপায়িত কৰিলে ৷"

Intro:Body:

assamese movie hit theatres on nov 22

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.