চিটাৰা ডেস্ক, 24 মে’: বলিউডৰ অভিনেতা কিৰণ কাপুৰৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ কণ্ঠশিল্পী কণিকা কাপুৰৰ পিছতেই তেওঁ দ্বিতীয়জন কৰ’ণাত আক্ৰান্ত বলীউদ তাৰকা ৷
জানিব পৰা মতে, অভিনেতাগৰাকীৰ দেহত কোনোধৰণৰ বেমাৰৰ লক্ষণ ধৰা পৰা নাই ৷ আনকি কৰ’ণা ভাইৰাছ আক্ৰান্তৰ একো লক্ষণেই দেখা দিয়া নাছিল অভিনেত্ৰীগৰাকীৰ দেহত ৷
সম্প্ৰতি অভিনেতা কিৰণ কুমাৰ নিজ বাসগৃহত আইশ্ব’লেশ্যনত আছে বুলি জানিব পৰা গৈছে আৰু অতিশীঘ্ৰেই তেওঁৰ দ্বিতীয়টো পৰীক্ষণ সম্পন্ন কৰা হ'ব ৷
লগতে পঢ়ক: তীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ