নিউজ ডেক্স,২ জুনঃ ১৯৮৮ চনৰ আজিৰ এই দিনটোতে ইহলীলা সম্বৰণ কৰিছিল হিন্দী চলচ্চিত্ৰৰ একালৰ জনপ্ৰিয় অভিনেতা ৰাজ কাপুৰে । তেওঁৰ বহুকেইখন স্মৰণীয় হিট চিনেমা এতিয়াও নৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় । অনুৰাগীসকলে এই বিশেষ দিনটোত সুঁৱৰিলে ৮০ দশকৰ প্ৰসিদ্ধ অভিনেতাগৰাকীক ৷
![etv_bharat_assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3450593_ro.jpg)