চিটাৰা ডেস্ক,1জুনঃ বলীউডবাসীক শোকসাগৰত পেলাই এই সংসাৰ ত্যাগ কৰিলে জনপ্ৰিয় সংগীতকাৰ ৱাজিদ খানে ৷ সংগীতকাৰ জনৰ মৃত্যুৰ পিছতে সোমবাৰে তেওঁৰ এটা ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰে ৷ ভিডিঅ'টোত ৱাজিদ খানে হাস্পতালৰ বিচনাত বহি ভাতৃ চাজিদ খানৰ বাবে গীত জুৰা পৰিলক্ষিত হৈছে ৷ চলমানখানৰ জনপ্ৰিয় ছবি দাবাংগৰ শীৰ্ষ সংগীত হুৰ হুৰ দাবাংগ গাইছে সংগীতকাৰ ৱাজিদ খানে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ৱাজিদ খানৰ আকস্মিক মৃত্যুৱে শোকাকুল কৰি তুলিছে অনুৰাগীসকলক ৷ বলীউডবাসীৰ লগতে অনুৰাগীসকলে তেওঁৰ মৃত্যুত যথেষ্ট শোক প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ কোন এইসকল মাজুলীৰ ৰকষ্টাৰ ?