ETV Bharat / sitara

টুইটাৰত শৈশৱৰ ফটো চেয়াৰ কৰিলে বিবেক অ'ৱেৰয়ে

author img

By

Published : Jan 3, 2021, 10:36 PM IST

দেওবাৰে টুইটাৰত বিবেক অ'ৱেৰয়ে স্মৃতি সম্বলিত শৈশৱৰ এখন ফটো চেয়াৰ কৰে ৷ ফটোত ভগ্নীৰ সৈতে পিতৃ-মাতৃৰ কোলাত বিবেক অ'ৱেৰয়ক বঢ়ি থকা দেখা গৈছে ৷

Vivek Oberoi reveals his 'most blissful place'
দেউতাৰ সৈতে উঠা ফটো চেয়াৰ কৰিলে বিবেক আণ্ড অৱেৰয়ে

নিউজ ডেস্ক, 3 জানুৱাৰী : অভিনেতা বিবেক অ'ৱেৰয়ে দেওবাৰে নিজৰ স্মৃতি সম্বলিত শৈশৱৰ এখন ফটো টুইটাৰত চেয়াৰ কৰে ৷ ফটোখন ভগ্নীৰ সৈতে বিবেক অ'ৱেৰয়ক তেওঁৰ পিতৃ-মাতৃৰ কোলাত বঢ়ি থকা দেখা গৈছে ৷

  • Sitting on Dad's lap - the most blissful place in the world. Sharing the frame are the two most beautiful women who are my source of inspiration and unshakeable strength! Love you all to the moon and back!
    Koi lauta de mujhe bachpan ke din! #ChildhoodMemories#Throwback pic.twitter.com/zPoW3Kh75o

    — Vivek Anand Oberoi (@vivekoberoi) January 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, টুইটাৰত ফটো চেয়াৰ কৰি বিবেক অ'ৱেৰয়ে লিখিলে, "দেউতাৰ কোলাত বহি পৃথিৱীৰ আটাইতকৈ শান্তিময় স্থানত থকা যেন লাগে ৷ লগতে আছে প্ৰতিটো মুহূৰ্ততে সদায় মোক প্ৰেৰণা দিয়া মোৰ দুগৰাকী আপোন মহিলা ৷"

লগতে পঢ়ক: আগন্তুক তিনি মাহলৈ কোনো খেলত অংশ নলয় ফিলিপ কুটিনহোই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.