চিটাৰা ডেস্ক,4জুনঃ তেলেগু চুপাৰষ্টাৰ বিজয় দেৱৰকোণ্ডাই লক ডাউনৰ মাজতে 17,000তকৈ অধিক পৰিয়ালক আৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে ৷
বিজয়ে ইনষ্টাগ্ৰাম যোগে নিজৰ স্বেচ্ছাসেৱী সংগঠন দ্য দেৱৰকোণ্ডা ফাউণ্ডেছন যোগে বিগত এটা মাহত 17,723 টা পৰিয়ালক সহায় কৰিছে ৷ এই কাৰ্যত তেওঁক সহায় কৰিছে মিডিল ক্লাছ শীৰ্ষক ফাণ্ডে ৷ এই কাৰ্যত খৰছ হৈছে মুঠ 17,121,103 টকা ৷
লগতে পঢ়কঃ জুবিন নৌটিয়ালৰ নতুন ৰোমান্টিক ট্ৰেকৰ শ্বুটিং মেঘালয়ৰ ডাউকিত