ETV Bharat / sitara

বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী কুমকুমৰ মৃত্যু - বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী কুমকুমৰ মৃত্যু

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কুমকুমৰ মৃত্যু ৷ দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল 86 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ৷

veteran bollywood actor kumkum passes away
বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী কুমকুমৰ মৃত্যু
author img

By

Published : Jul 28, 2020, 7:01 PM IST

চিটাৰা ডেস্ক,28 জুলাইঃ 86 বছৰ বয়সত দেহাৱসান ঘটে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী কুমকমৰ ৷ তেওঁৰ মৃত্যুৰ বাতৰি টুইট যোগে প্ৰকাশ কৰে জনী ৱাকৰৰ পুত্ৰ নাচিৰ খানে ৷

  • yesteryear's film actress KUMKUM aunty, passed away, she was 86. she did so many films; songs & dances where picturized on her. did so many movies opposite dad #johnnywalker pic.twitter.com/Me63j4pd1Z

    — Nasirr Khan (@khanasirr) July 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে প্ৰসিদ্ধ অভিনেতা জগদ্বীপৰ পুত্ৰ নাৱেদ জাফৰীও শোক প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীৰ মৃত্যুত ৷ অভিনেত্ৰী গৰাকীয়ে মাদাৰ ইণ্ডিয়া,কহিনুৰ,এক চপেৰা এক লুটেৰা,নয়া দৌৰৰ দৰে বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল ৷

  • We have lost another gem. I have known her since I was a kid and she was family, a superb artist and a fantastic human being, innalillahe wa innailaihe raajeoon. Rest in peace kunkum aunty 🙏 #ripkumkum #kumkum pic.twitter.com/CT60alQbOC

    — Naved Jafri (@NavedJafri_BOO) July 28, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেত্ৰী গৰাকীয়ে প্ৰায় 115খন ছবিত অভিনয় কৰিছিল ৷ তেওঁ কিশোৰ কুমাৰ আৰু গুৰু দত্তৰ দৰে তাৰকাৰ সৈতে একলগে কাম কৰিছিল ৷

লগতে পঢ়কঃ যুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.