ETV Bharat / sitara

শচীনৰ সৈতে ক্ৰিকেট খেলিলে বৰুণ ধাৱনে

শচীনে এটি বিজ্ঞাপনৰ দৃশ্য গ্ৰহণৰ বাবে মহবুব ষ্টুডিঅ'লৈ গৈছিল, আনহাতে অভিনেতা বৰুণ ধাৱন ছবিৰ দৃশ্য গ্ৰহণৰ বাবে পূৰ্বৰ পৰাই ষ্টুডিঅ'টোত আছিল বুলি জানিবলৈ দিয়ে

শচীনৰ সৈতে ক্ৰিকেট খেলিলে বৰুণ ধাৱনে
author img

By

Published : Aug 30, 2019, 3:50 PM IST

নিউজ ডেস্ক, 30 আগষ্টঃ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৈতে বলিউডৰ অভিনেতা বৰুণ ধাৱন ৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোতে মহবুব ষ্টুডিঅ'ত মাষ্টাৰ-ব্লাষ্টাৰ শচীনৰ সৈতে ক্ৰিকেট খেলিলে বৰুণে ৷ উল্লেখ্য যে, শচীনে এটি বিজ্ঞাপনৰ দৃশ্য গ্ৰহণৰ বাবে মহবুব ষ্টুডিঅ'লৈ গৈছিল, আনহাতে অভিনেতা বৰুণ ধাৱন ছবিৰ দৃশ্য গ্ৰহণৰ বাবে পূৰ্বৰ পৰাই ষ্টুডিঅ'টোত উপস্থিত আছিল ৷

জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে বৰুণ ধাৱন, অভিষেক বচ্চন সৈতে ক্ৰিকেট খেলি থকা এখন ফটো ছ'চিয়েল মিডিয়াতো শ্বেয়াৰ কৰে ৷

Intro:Body:

barun dhawan with sachin tendulkar

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.