ETV Bharat / sitara

টাইগাৰ শ্ৰফৰ গোপন কথা প্ৰকাশ ভগ্নীৰ...

বলাউডৰ একচন হিৰ' টাইগাৰ শ্ৰফে 'হিৰ’পন্তি'ৰ জৰিয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । অভিনেতাগৰাকীয়ে আমেৰিকাত মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল যদিও বিদেশত অধ্যয়ন কৰাতকৈ মুম্বাইতহে থাকি ভাল পাইছিল ৷ টাইগাৰৰ কণিষ্ঠ ভগ্নী কৃষ্ণা শ্ৰফে আমেৰিকাত টাইগাৰৰ মহাবিদ্যালয় জীৱনৰ বিষয়ে এক পোষ্ট শ্বেয়াৰ কৰিছে য'ত প্ৰকাশ কৰিছিল যে, টাইগাৰে মাত্ৰ পাঁচ দিনৰ ভিতৰত কিয় ঘৰলৈ উভতি আহিছিল ।

author img

By

Published : Mar 10, 2021, 7:26 PM IST

টাইগাৰ শ্ৰফ
টাইগাৰ শ্ৰফ

চিটাৰা ডেস্ক, ১০ মাৰ্চ: বলাউডৰ একচন হিৰ' টাইগাৰ শ্ৰফে 'হিৰ’পন্তি'ৰ জৰিয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । অভিনেতাগৰাকীয়ে আমেৰিকাত মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল যদিও বিদেশত অধ্যয়ন কৰাতকৈ মুম্বাইতহে থাকি ভাল পাইছিল ৷ 'ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ ২' ৰ প্ৰচাৰৰ সময়ত টাইগাৰক এখন বাস্তৱ জীৱনৰ মহাবিদ্যালয় আৰু ৰূপালী পৰ্দাৰ মহাবিদ্যালয় জীৱনৰ মাজৰ পাৰ্থক্যৰ বিষয়ে সোধা প্ৰশ্নত টাইগাৰে উত্তৰ দিছিল যে তেওঁ কেতিয়াও এই কলেজ জীৱনৰ সোৱাদ লাভ কৰা নাই । বিদ্যালয় এৰাৰ পাচতে তেওঁ অভিনয় জগতলৈ খোজ মেলিছিল । সুদীৰ্ঘ বছৰৰ পাচত, টাইগাৰৰ কণিষ্ঠ ভগ্নী কৃষ্ণা শ্ৰফে আমেৰিকাত টাইগাৰৰ মহাবিদ্যালয় জীৱনৰ বিষয়ে এক পোষ্ট শ্বেয়াৰ কৰিছে য'ত প্ৰকাশ কৰিছিল যে, টাইগাৰে মাত্ৰ পাঁচ দিনৰ ভিতৰত কিয় ঘৰলৈ উভতি আহিছিল ।

ভগ্নীয়ে কৈছিল যে, 'সঠিক সময় নাজানে, কিন্তু তেওঁৰ মনত আছে যে তেওঁ মহাবিদ্যালয়ত অধ্যয়নৰ বাবে আমেৰিকালৈ গৈছিল । তেওঁ বাস্কেটবল খেলিবলৈ এক সুযোগ লাভ কৰিছিল । কিন্তু তেওঁ পৰিয়ালৰ লোক আৰু চহৰখনক ইমান ভালপায় যে তেওঁ হঠাতে পাঁচ দিনৰ ভিতৰত উভতি আহিছিল' । উল্লেখ্য যে, ভগ্নী কৃষ্ণা শ্ৰফে প্ৰায়ে ফটো বা ভিডিঅ' ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক: জ্যেষ্ঠ অনুৰাগীৰ হাতত চুম্বন অভিনেতা ৰণবীৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.