ETV Bharat / sitara

এক্সন হিৰ' টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবি "গণপথ"

বলীউড এক্সন হিৰ' টাইগাৰ শ্ৰফে দেওবাৰে তেওঁৰ আকৰ্ষণীয় চেহেৰাৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । চুইমিং পুলত ৰঙা ৰঙৰ চুইমিং কাপোৰ পৰিহিত ফটো এখন ছচিয়েল মিডিয়াত কৰিলে শ্বেয়াৰ ।

author img

By

Published : Feb 7, 2021, 10:27 PM IST

এক্সন হিৰ' টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবি "গণপথ"
এক্সন হিৰ' টাইগাৰ শ্ৰফৰ পৰৱৰ্তী ছবি "গণপথ"

চিটাৰা ডেস্ক, ৭ ফেব্ৰুৱাৰী: বলীউড এক্সন হিৰ' টাইগাৰ শ্ৰফে দেওবাৰে তেওঁৰ আকৰ্ষণীয় চেহেৰাৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে । চুইমিং পুলত ৰঙা ৰঙৰ চুইমিং কাপোৰ পৰিহিত ফটো এখন ছচিয়েল মিডিয়াত কৰিলে শ্বেয়াৰ ।

টাইগাৰৰ পৰৱৰ্তী ছবি একচন ধৰ্মী নাটক "গণপথ"ত অতিশীঘ্ৰে অনুৰাগীসকলে দেখিবলৈ পাব । চলিত বৰ্ষতে ছবিখনৰ শ্বুটিহৰ কাম আৰম্ভ হ'ব । এই ছবিখন ফ্ৰেঞ্চাইজিৰ প্ৰথম ছবি হিচাপে পৰিকল্পনা কৰা হৈছে ।

ইফালে ২০১৪ চনত মুক্তি লাভ কৰা একচন ধৰ্মী নাটক হিৰোপন্তিৰ দ্বিতীয় সংস্কৰণতো দখিবলৈ পোৱা যাব । আহমেদ খানে হিৰোপন্তিৰ দ্বিতীয় সংস্কৰণৰ পৰিচালনা কৰাৰ পৰিকল্পনাৰ কথা জানিব পৰা গৈছে । টাইগাৰৰ বিপৰীতে ছবিখনত অভিনয় কৰিব তৰা চুতাৰিয়াই । উল্লেখ্য যে, ২০১৯ চনত মুক্তি লাভ কৰা "ষ্টুডেন্ট অৱ দ্যা ইয়াৰ ২"ৰ যোগেদি বলীউড জগতত প্ৰৱেশ কৰিছিল তৰা চুতাৰিয়াই ।

লগতে পঢ়ক:'বাফটা'ৰ মনোনয়নক লৈ আনন্দিত প্ৰিয়ংকাৰ ভগ্নী পৰিনীতি চোপ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.