ETV Bharat / sitara

Real Life Hero Sonu Sood: সনু সুদৰ এটা ভাইৰেল ভিডিঅ’

author img

By

Published : Feb 9, 2022, 9:15 PM IST

বলীউডৰ জনপ্ৰিয় অভিনেতা সনু সুদে অভিনয়ৰ লগতে দুখীয়া-নিচলাক সহায় কৰি ইতিমধ্যেই সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে ( sonu sood kind gestures) ৷ সেই সনু সুদৰ এটা ভিডিঅ’ই আপোনাকো কৰি তুলিব আৱেগিক (Real Life Hero Sonu Sood) ৷

Real Life Hero Sonu Sood
সনু সুদৰ এটা ভাইৰেল ভিডিঅ’

চিটাৰা ডেস্ক, 9 ফ্ৰেব্ৰুৱাৰী: মানৱ জীৱন সঁচাই অমূল্য ৷ আৰু এই অমূল্য মানৱ জীৱনক আনৰ সহায়ৰ বাবে উছৰ্গা কৰিব পৰাতো আটাইতকৈ ডাঙৰ কথা ৷

বলীউডৰ জনপ্ৰিয় অভিনেতা সনু সুদ নানা ধৰণৰ সামাজিক কামেৰে প্ৰায়ে চৰ্চাত থাকে ৷ কাৰোবাক সহায় কৰাৰ বাবে সদায় আগত উপস্থিত হয়গৈ অভিনেতাজন ৷

বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সময়ত বিভিন্নজনক দৈনন্দিন জীৱনৰ নানান ধৰণৰ লাগতিয়াল সামগ্ৰী যোগান ধৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল অভিনেতাজনে ৷ সোমবাৰে অভিনেতাজনে এজন 19 বছৰীয়া যুৱকৰ প্ৰাণ বচালে ৷

পাঞ্জাৱৰ মোগাত সংঘটিত হোৱা এক ভয়ানত পথ দূৰ্ঘটনাত সংজ্ঞাহীন হৈ থকা এজন যুৱকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় সনুৱে ( sonu sood saves car accident victim) ৷ ৰাস্তাত সংজ্ঞাহীন হৈ পৰি থকা যুৱকজনক দেখি অকণো পলম নকৰাকৈ সহায়ৰ বাবে আগবাঢ়ি গ’ল সনু সুদ (Sonu Sood rescues accident victim) ৷

সময়মতে চিকিৎসা লাভ কৰাৰ বাবেই এটা নতুন জীৱন লাভ কৰে 19 বছৰীয়া যুৱকজনে ৷

লগতে পঢ়ক: Nora Fatehi cries: দিলবৰ গাৰ্ল নোৰা ফাতেহীয়ে কিয় নিগৰাইছে অশ্ৰু?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.