ETV Bharat / sitara

শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ

মুম্বাই অপৰাধ শাখাই পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ আৰু এপ’ৰ জৰিয়তে প্ৰকাশ কৰা সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত গোচৰ ৰুজু কৰিছিল । ৰাজ কুন্দ্ৰা (Raj Kundra) এই গোচৰৰ মূল অভিযুক্ত বুলি মুম্বাই অপৰাধ শাখাই সন্দেহ কৰিছে ।

শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ
শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ
author img

By

Published : Jul 20, 2021, 8:29 AM IST

চিটাৰা ডেস্ক, 20 জুলাই : মুম্বাই অপৰাধ শাখা (Mumbai crime branch) য়ে শিল্পা চেট্টীৰ(Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰাক(Raj Kundra) সোমবাৰে নিশা মুম্বাই অপৰাধ শাখাই (Mumbai crime branch) প’ৰ্ণ ছবি (Porn Film) নিৰ্মাণ আৰু ম’বাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । মুম্বাই অপৰাধ শাখাই (Mumbai crime branch) ৰাজ কুন্দ্ৰাৰ (Raj Kundra) লগতে আন এঘাৰজন লোকক গ্ৰেপ্তাৰ কৰে ৷ অপৰাধ শাখাই (Mumbai crime branch) ৰাজ কুন্দ্ৰাক (Raj Kundra) গোচৰৰ মূল অভিযুক্ত বুলি সন্দেহ কৰিছে । তেওঁলোকে লগতে ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ থকাৰ কথা উল্লেখ কৰে ৷

শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ
শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ

মুম্বাই অপৰাধ শাখাই (Mumbai crime branch) ৰাজ কুন্দ্ৰাক (Raj Kundra) গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে পুৱতি নিশা জেজে হাস্পাতাললৈ (JJ hospital) পৰীক্ষাৰ বাবে লৈ যায় ৷ ইয়াৰ পিছত ৰাজ কুন্দ্ৰাক (Raj Kundra) মুম্বাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ লৈ যোৱা হয় । উল্লেখ্য যে, মুম্বাই অপৰাধ শাখাই ফেব্ৰুৱাৰী মাহত পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে গোচৰ ৰুজু কৰিছিল । মুম্বাই অপৰাধ শাখা (Mumbai crime branch) য়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : 'পেগাচাছ' স্পাইৱেৰ: অভিযোগ প্ৰত্যাখান ভাৰত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.