ETV Bharat / sitara

এটা বছৰ সম্পূৰ্ণ কবীৰ সিঙৰ,শ্বাহিদ-কিয়াৰাই প্ৰকাশ কৰিলে আকৰ্ষণীয় ফটো

author img

By

Published : Jun 22, 2020, 3:22 PM IST

শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ব্লকবাষ্টাৰ ৰোমান্টিক ছবি কবীৰ সিং মুক্তিৰ এটা বছৰ সম্পূৰ্ণ ৷ এই বিশেষ ক্ষণত ছবিখনৰ দুয়োগৰাকী তাৰকা শ্বাহিদ আৰু কিয়াৰাই ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰিলে ছবিখনৰ শ্বুটিং থলীত তোলা কিছু আকৰ্ষণীয় ফটো ৷

shahid kiara share unseens pics as kabir singh completes 1year
শ্বাহিদ-কিয়াৰাই প্ৰকাশ কৰিলে আকৰ্ষণীয় ফটো

চিটাৰা ডেস্ক,22 জুনঃ মুক্তিৰ এটা বছৰ সম্পূৰ্ণ কৰিলে ব্লকবাষ্টাৰ তথা বহু বিতৰ্কিত ছবি কবীৰ সিঙে ৷ ছবিখনৰ দুয়োগৰাকী মুখ্য তাৰকাই এই বিশেষ ক্ষণত ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰে ছবিখনৰ শ্বুটিং থলীত তোলা বহু আকৰ্ষণীয় ফটো ৷

শ্বাহিদ কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে লিখে," যি সকলে এনেধৰণৰ জটিল আৰু পৃথক চৰিত্ৰক মৰম দিছে,তেওঁলোকক ধন্যবাদ ৷ "

অভিনেতা গৰাকীয়ে লগতে লিখে, " #kabirsingh was never just a film to me.. it was an emotional arc that was raw.. bare.. unabashed .. honest .. fearless .. REAL!!"

কেৱল শ্বাহিদ কাপুৰেই নহয় কিয়াৰা আদৱানীয়েও নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে কেইখনমান পূৰ্বতে প্ৰকাশ নকৰা ফটো প্ৰকাশ কৰে আৰু প্ৰীতিৰ তৰফৰ পৰা কবীৰ সিঙলৈ এখন চিঠি লিখে," Dear Kabir Singh,Happy anniversary!Love always,Preeti ❤️"

সন্দীপ ৰেড্ডী বাংগাৰ নিৰ্দেশিত কবীৰ সিং শীৰ্ষক ছবিখন তেলেগু চুপাৰহিট ছবি অৰ্জুন ৰেড্ডীৰ ৰি-মেক ৷ ছবিখন মুক্তিৰ পিছতে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে বহু সমালোচনাৰো সন্মুখীন হৈছিল ৷

লগতে পঢ়কঃকাজলে কি টিপছ দিলে নৱাগত অভিনয় শিল্পীসকলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.