ETV Bharat / sitara

চৈফ-কৰীণাৰ পুত্ৰ জেহৰ সৈতে আইতাক শৰ্মিলা ঠাকুৰৰ ধেমালি

author img

By

Published : Mar 7, 2022, 8:59 PM IST

কৰীণা কাপুৰ খানৰ ননদ সাবা পাটাউডীয়ে সোমবাৰে তেওঁৰ সৰু ভতিজা জেহৰ এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷ আইতাক শৰ্মিলা ঠাকুৰৰ সৈতে ধেমালি কৰি থকা জেহক দেখা পাই অনুৰাগী সকলেও প্ৰকাশ কৰিলে আনন্দ (Sharmila Tagore with grandchild)।

Sharmila Tagore
নাতিয়েকৰ সৈতে শৰ্মিলা ঠাকুৰৰ ধেমালি

চিটাৰা ডেস্ক, 7 মাৰ্চ: কৰীণা কাপুৰ খান আৰু চৈফ আলী খান বলীউডৰ অন্যতম আকৰ্ষণীয় দম্পতি । যেতিয়াই দম্পতীহাল ঘৰৰ পৰা বাহিৰ ওলাই পাপাৰাজীয়ে তেওঁলোকক অনুসৰণ কৰেই । ইয়াৰ উপৰিও, চৈফ কৰীণাই তেওঁলোকৰ দুই সন্তান টাইমুৰ আলী খান আৰু জাহাংগীৰ আলী খানে(জেহ) প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি থাকে (Kreena Saif child name) ।

মাতৃ কৰীণাৰ সৈতে অভিনেত্ৰীগৰাকীৰ শাহুৱেকৰ পৰিয়ালৰ লোকেও তেওঁলোকৰ সন্তানৰ সম্পূৰ্ণ যত্ন লয় । সোমবাৰে কৰীণা কাপুৰ খানৰ ননদ সাবা পাটউডীয়ে ভতিজা জেহৰ এখনি মৰমলগা ফটো শ্বেয়াৰ কৰিছে (Kareena son Jeh) ।

সাবা পাটাউডী, অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ জ্যেষ্ঠ কন্যা আৰু অভিনেতা চৈফ আলী খানৰ ভগ্নী । প্ৰায়ে সামাজিক মাধ্যমত সক্ৰিয় ৰূপত দেখা যায় সাবাক ৷ পৰিয়ালৰ অন্তৰংগ মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰি অনুৰাগীৰে সৈতে সামাজিক মাধ্যমত শ্বেয়াৰো কৰে তেওঁ ।

সোমবাৰে, সৰু ভতিজা জেহৰ এখন ফটো শ্বেয়াৰ কৰে সাবা পাটাউডীয়ে য'ত জেহক আইতাক শৰ্মিলা ঠাকুৰৰ সৈতে ধেমালি কৰি থকা দেখা গৈছে। এই ছবিখন ইন্ষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি সাবাই কেপচনত লিখিছে যে ককা-আইতাক সৰু ল’ৰা-ছোৱালীৰ বাবে সদায় বিশেষ অভিভাৱক ৷

সাবাই ইন্ষ্টাগ্ৰাম একাউণ্টত টাইমুৰ আৰু জেহৰ সৈতে সময়ে সময়ে বিভিন্ন ফটো আপলোড কৰি থাকে । কৰীণা কাপুৰ খানৰ দুগৰাকী ননদ আছে সাবা পাটাউডী আৰু ছোহা আলী খান সৰু। শাহুৱেকৰ পৰিয়ালৰ সৈতে কৰীণা কাপুৰ খানৰ যথেষ্ট ভাল সম্পৰ্ক আছে (Kareenas relationship with in laws) । গোটেই পৰিয়ালটোকে বিশেষ অনুষ্ঠানসমূহত একেলগে দেখা যায় ।

লগতে পঢ়ক: ছলমানৰৈ সৈতে বিয়াত বহাৰ খবৰ সন্দৰ্ভত মুখ খুলিলে সোনাক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.