ETV Bharat / sitara

জেনেলীয়াৰ কাৰণে প্ৰেমতকৈ বেছি পাগলামীহে আছে ৰিতেশৰ

20 বছৰীয়া এখন পুৰণা ফটো শ্বেয়াৰ কৰি ৰিতেশ দেশমুখে ক’লে যে জেনেলীয়াৰ কাৰণে আচলতে তেওঁ যি অনুভৱ কৰে সেইয়া প্ৰেমতকৈয়ো বেছি পাগলামীহে (Riteish Genelia 20 years old pic) ৷ আপোনালোকক জনাই দিওঁ যে 20 বছৰৰ আগতে আজিৰ দিনটোতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি ঘটিছিল ৷

author img

By

Published : Feb 12, 2022, 8:57 PM IST

riteish deshmukh
জেনেলীয়াৰ কাৰণে প্ৰেমতকৈ বেছি পাগলামীহে আছে ৰিতেশৰ

চিটাৰা ডেস্ক, 12 ফ্ৰেব্ৰুৱাৰী : বলীউডত বিভিন্ন ধেমেলীয়া চৰিত্ৰত অভিনয় কৰি সকলোৰে প্ৰিয় হৈ পৰা ৰিতেশ দেশমুখ এজন সাংঘাতিক প্ৰেমিক ৷ প্ৰেম প্ৰকাশৰ ক্ষেত্ৰত তিলমানো কুণ্ঠাবোধ নকৰে এইজন অভিনেতাই ৷

জেনেলীয়া-ৰিতেশৰ যুঁটি বলীউডৰ বাহিৰতো সকলোৰে প্ৰিয় ৷ শনিবাৰে ৰিতেশে ইন্ষ্টাগ্ৰামত প্ৰেমৰ 20 বছৰ সম্পূৰ্ণ হোৱাৰ পৰত পত্নীৰ সৈতে তেওঁৰ বৰ্তমানৰ লগতে 20 বছৰৰ আগৰ এখন ফটো শ্বেয়াৰ কৰে (Riteish Genelia old pic) ৷ তাৰেই কেপচনত ৰিতেশে লিখিলে প্ৰেমতকৈ বেছি এইয়া তেওঁৰ পাগলামীহে ৷

riteish deshmukh shares a 20 year old pic

আকৌ এবাৰ ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব এই যুঁটিক ৷ অলপতে জেনেলীয়া-ৰিতেশে 10 বছৰীয়া বিবাহ-বাৰ্ষিকী উদযাপন কৰে আৰু সেইদিনাই অনুৰাগীৰ বাবে তেওঁলোকৰ নতুন ছবি মিষ্টাৰ মম্মীৰ পোষ্টাৰ শ্বেয়াৰ কৰে (Mister Mummy Riteish Genelia new movie) ৷ আহিবলগীয়া ছবিখন এখন ৰোমাণ্টিক কমেডি ৷

ৰিতেশ-জেনেলীয়াই 2003 ত মুঝে তেৰী কসম ৰে বলীউডত ভুমুকি মাৰিছিল ৷ তাৰ পিছত দুয়োয়ে কমেডি ছবি মস্তীত একেলগে অভিনয় কৰিছিল ৷

লগতে পঢ়ক: Bhansalis Instructions to Alia:ভাঞ্চালীয়ে গংগুবাইত অভিনয়ৰ পূৰ্বে কি কৈছিল আলিয়াক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.