চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: ইতিমধ্যে অভিনেত্ৰী তাপস্বী পন্নুৰ আহিবলগীয়া ছবি 'ৰশ্মি ৰকেট'ৰ শ্বুটিঙৰ কাম সমাপ্ত হৈছে । দেওবাৰে তাপস্বীয়ে শ্বুটিঙৰ এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে । এই ফটোখনত তাপস্বীয়ে এথলেটিকৰ এযোৰ পোছাক পৰিধান কৰা দেখা গৈছে । ঝাৰখণ্ডৰ ৰাঁচীত 'ৰশ্মি ৰকেট'ৰ শ্বুটিং কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ঝাৰখণ্ডৰ প্ৰাকৃতিক পৰিৱেশ তথা ৰাজ্যখনৰ প্ৰতি থকা আত্মীয়তাৰ কথাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ দিশটোৰ ওপৰতো টুইটত উল্লেখ কৰে । ছবিখনৰ বাবে তাপস্বীয়ে যথেষ্ঠ পৰিশ্ৰম কৰিছে । নিতৌ ছবিখনৰ শ্বুটিঙৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে অভিনেত্ৰীগৰাকীয়ে ।
-
Thank you for your kind words @taapsee ji. @VisitJharkhand & @prdjharkhand are glad to host you and your team. We are strongly focused on the development of sports & welfare of sportspersons in Jharkhand along with development of tourism in Jharkhand specially Eco Tourism. https://t.co/DTAhKYxLUu
— Hemant Soren (घर में रहें - सुरक्षित रहें) (@HemantSorenJMM) December 24, 2020 " class="align-text-top noRightClick twitterSection" data="
">Thank you for your kind words @taapsee ji. @VisitJharkhand & @prdjharkhand are glad to host you and your team. We are strongly focused on the development of sports & welfare of sportspersons in Jharkhand along with development of tourism in Jharkhand specially Eco Tourism. https://t.co/DTAhKYxLUu
— Hemant Soren (घर में रहें - सुरक्षित रहें) (@HemantSorenJMM) December 24, 2020Thank you for your kind words @taapsee ji. @VisitJharkhand & @prdjharkhand are glad to host you and your team. We are strongly focused on the development of sports & welfare of sportspersons in Jharkhand along with development of tourism in Jharkhand specially Eco Tourism. https://t.co/DTAhKYxLUu
— Hemant Soren (घर में रहें - सुरक्षित रहें) (@HemantSorenJMM) December 24, 2020
তাপস্বীৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণে অভিনেত্ৰী গৰাকীক ধন্যবাদ জনাই কয় 'ছবিখনৰ সমূহ কৰ্ম কৰ্তালৈ আন্তৰিক ধন্যবাদ । আমি নিশ্চয়কৈ ক্ৰীড়াৰ ক্ষেত্ৰখনত গুৰুত্ব প্ৰদান কৰিম । যাতে ক্ৰীড়া, পৰ্যটন বিকাশৰ বাবে পৰিৱেশ পৰ্যটনৰ ওপৰত আমি অধিক গুৰুত্ব দিম' ।
লগতে পঢ়ক: অনুৰাগীসকলক #Love4SSR কেম্পেইনত যোগদান কৰিবলৈ আহ্বান শ্বেতা সিং কীৰ্তিৰ