নিউজ ডেস্ক, 10 আগষ্টঃ বলিউড অভিনেত্ৰী ৰাণী মুখাৰ্জী অভিনীত " মৰ্দানী 2" সাজু হৈ উঠিছে মুক্তিৰ বাবে ৷ 13 ডিচেম্বৰত মুকলি হব ছবিখন ৷ শনিবাৰে এই কথা ঘোষণা কৰিলে য়শৰাজ ফিল্মছে ৷ উল্লেখ্য যে, 2014 চনত মুক্তি পোৱা মৰ্দানী দ্বতীয় সংস্কৰণ "মৰ্দানী-2" ৷ প্ৰদীপ চৰকাৰৰ দ্বাৰা পৰিচালিত ছবিখনত ৰাণী মুখাৰ্জী এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৷
13 ডিচেম্বৰত মুক্তি পাব "মৰ্দানী-2" - assam news
13 ডিচেম্বৰত মুকলি হ'ব ছবিখনে ৷ শনিবাৰে এই কথা ঘোষণা কৰিলে য়শৰাজ ফিল্মছে ৷ উল্লেখ্য যে, 2014 চনত মুক্তি পোৱা মৰ্দানী দ্বতীয় সংস্কৰণ "মৰ্দানী-2"
![13 ডিচেম্বৰত মুক্তি পাব "মৰ্দানী-2"](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4101972-thumbnail-3x2-jjjdsss.jpg?imwidth=3840)
13 ডিচেম্বৰত মুকলি "মৰ্দানী-2"
নিউজ ডেস্ক, 10 আগষ্টঃ বলিউড অভিনেত্ৰী ৰাণী মুখাৰ্জী অভিনীত " মৰ্দানী 2" সাজু হৈ উঠিছে মুক্তিৰ বাবে ৷ 13 ডিচেম্বৰত মুকলি হব ছবিখন ৷ শনিবাৰে এই কথা ঘোষণা কৰিলে য়শৰাজ ফিল্মছে ৷ উল্লেখ্য যে, 2014 চনত মুক্তি পোৱা মৰ্দানী দ্বতীয় সংস্কৰণ "মৰ্দানী-2" ৷ প্ৰদীপ চৰকাৰৰ দ্বাৰা পৰিচালিত ছবিখনত ৰাণী মুখাৰ্জী এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ৷
Intro:Body:
Conclusion:
SONIA CONG PRESIDENT
Conclusion: