ETV Bharat / sitara

Shamshera teaser:চাৰি বছৰৰ পিছত পুনৰ পৰ্দালৈ ৰণবীৰ কাপুৰ

author img

By

Published : Feb 11, 2022, 2:11 PM IST

যশৰাজ ফিল্মৰ বেনাৰত নিৰ্মিত ছবি শ্বমশ্বেৰাৰে চাৰিবছৰৰ মূৰত ৰূপালী পৰ্দাত ৰণবীৰ কাপুৰ ৷ ছবিখনে জুলাই মাহত মুক্তি লাভ কৰিব ৷ শুকুৰবাৰে মুকলি হোৱা ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা টিজাৰটোৱে (Shamshera teaser released ) অৱশ্যে দৰ্শকক জানিবলৈ নিদিলে আচলতে শ্বমশ্বেৰা হয় কোন?

Shamshera teaser
চাৰি বছৰৰ পিছত পুনৰ পৰ্দালৈ ৰণবীৰ কাপুৰ

চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী: সুদীৰ্ঘ চাৰিটা বছৰৰ অন্তত ৰূপালী পৰ্দাত দেখিবলৈ পোৱা যাব ৰণবীৰ কাপুৰক ৷ যশৰাজ ফিল্মৰ বেনাৰত নিৰ্মিত ছবি শ্বমশ্বেৰাত বাণী কাপুৰৰ বিপৰীতে অভিনয় কৰিছে ৰণবীৰ কাপুৰে ৷

শুকুৰবাৰে মুকলি হয় ছবিখনৰ এটা টিজাৰ (Shamshera teaser) ৷ অহা 22 জুলাইত মুক্তি লাভ কৰিব শ্বমশ্বেৰাই ( Shamshera release date) ৷ ৰণবীৰ, বাণীৰ লগতে সঞ্জয় দত্তয়ো অভিনয় কৰিছে ছবিখনত ৷ ছবিখনৰ পৰিচালনা কৰণ মলহোত্ৰাৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখন 1800ৰ সময়চোৱাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ৷ ডকাইতৰ এক্সন থকা এই ছবিখনত দেশপ্ৰেমৰ অনুভুতিও আছে ৷ 2018 ৰ ব্লকব্লাষ্টাৰ ছবি সঞ্জুৰ পিছত ৰণবীৰ কাপুৰে অভিনয় কৰিছে এই ছবিখনত ৷

লগতে পঢ়ক: Bhansalis Instructions to Alia:ভাঞ্চালীয়ে গংগুবাইত অভিনয়ৰ পূৰ্বে কি কৈছিল আলিয়াক?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.