ETV Bharat / sitara

নৱবৰ্ষৰ শুভক্ষণত পিতৃ ইৰফানক স্মৰণ পুত্ৰ বাবিলৰ

author img

By

Published : Jan 1, 2021, 1:10 PM IST

প্ৰয়াত পিতৃ ইৰফান খানক স্মৰণ পুত্ৰ বাবিল খানৰ ৷ ইনষ্টাগ্ৰামযোগে প্ৰয়াত পিতৃৰ সৈতে তোলা ফটো শ্বেয়াৰ কৰি নৱবৰ্ষৰ শুভেচ্ছা জনাইছে বাবিলে ৷

Babil remembers father
পিতৃ ইৰফানক স্মৰণ পুত্ৰ বাবিলৰ

চিটাৰা ডেস্ক,1 জানুৱাৰী : নতুন বছৰত প্ৰয়াত পিতৃ ইৰফান খানক সুঁৱৰি শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে দুখন ফটো শ্বেয়াৰ কৰে পুত্ৰ বাবিল খানে ৷ ফটো দুখনত পিতৃ-পুত্ৰৰ এক গভীৰ বান্ধোন প্ৰতিফলিত হয় ৷

বাবিলে পিতৃ ইৰফানৰ সৈতে তোলা পুৰণি ফটো শ্বেয়াৰ কৰি পিতৃ জীয়াই থাকোতে তাহানিৰ দুয়োৰে মাজৰ মধুৰ সম্পৰ্কক স্মৰণ কৰে ৷ প্ৰথমখন ফটো হৈছে এখন মন’ক্ৰমেটিক ফটো,য’ত দুয়োকে বিচনাত পৰি থকা পৰিলক্ষিত হৈছে ৷

আনহাতে দ্বিতীয়খন ফটোত ইৰফান আৰু বাবিলক ইটোৱে আনটোৰ ফালে চাই হাঁহি থকা পৰিলক্ষিত হৈছে ৷ কেপচনত বাবিলে লিখিছে, "On to the next one without you,still with your compassion. Public ko Happy new year!"

ইয়াৰ পূৰ্বে,বাবিলে চলিত বৰ্ষত মুক্তি পাবলগীয়া ইৰফান খানৰ শেষ ছবি 'The Song of The Sorkores' সম্পৰ্কেও শ্বেয়াৰ কৰিছিল ৷

লগতে পঢ়ক : এইবেলি অনাড়ম্বৰপূৰ্ণ জন্মদিন উদযাপন কৰিব অক্ষয় অ’বেৰয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.