ETV Bharat / sitara

Bhansalis Instructions to Alia:ভাঞ্চালীয়ে গংগুবাইত অভিনয়ৰ পূৰ্বে কি কৈছিল আলিয়াক?

আলিয়াৰ মুম্বাইৰ ৰেড-লাইট এৰিয়া ভ্ৰমণৰ পৰিকল্পনা শেষ মূহুৰ্তত বাতিল কৰিছিল সঞ্জয় লীলা ভাঞ্চালীয়ে (Alia wants to visit Mumbai Red Light Area) ৷ আলিয়াৰ আহিবলগীয়া ছবিখন যিহেতু সম্পূৰ্ণৰূপে ৰেড লাইট এৰিয়াৰ আধাৰত নিৰ্মিত হৈছে সেয়ে অভিনেত্ৰী গৰাকীয়ে নিজ চকুৰে চাব বিচাৰিছিল এনে পৰিৱেশ ৷ কিন্তু তাকে কৰিবলৈ নিদিলে ভাঞ্চালীয়ে (Bhansalis Instructions to Alia) ৷

author img

By

Published : Feb 11, 2022, 1:44 PM IST

Bhansali had these two instructions for Alia
ভাঞ্চালীয়ে গংগুবাইত অভিনয়ৰ পূৰ্বে কি কৈছিল আলিয়াক?

চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী : গংগুবাই কাথিয়াৱাড়ীত অভিনয়ৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আলিয়াই চাইছিল বিভিন্ন হিন্দী ক্লাছিক চিনেমা ( Alia Bhatt on Gangubai Kathiawadi prep) ৷ বিশেষকৈ মীনা কুমাৰী অভিনীত ছবিসমূহ পৰ্যবেক্ষণ কৰিছিল আলিয়াই ৷ ভাঞ্চালীয়ে বিচাৰিছিল মীনা কুমাৰীৰ সময়ৰ অনুভৱ যাতে আলিয়াই গংগুবাই কাথিয়াৱাড়ীৰ জৰিয়তে দৰ্শকক দিব পাৰে ৷

Bhansalis Instructions to Alia
গংগুবাই কাথিয়াৱাড়ীৰ বাবে আলিয়াৰ প্ৰস্তুতি

শ্বাবানা আজমী আৰু আলিয়াৰ মাতৃ ছনি ৰাজদান অভিনীত ছবি মাণ্ডি চাইয়ো আলিয়াই নিজকে তৈয়াৰ কৰিছে ছবিখনৰ বাবে ৷ 1960 ৰ দশকৰ মুম্বাইৰ ৰেড লাইট এৰিয়াৰ আটাইতকৈ শক্তিশালী, মৰমিয়াল আৰু সন্মানিত মহিলা গংগুবাইৰ চৰিত্ৰ ৰূপায়ন কৰিছে আলিয়াই ৷ ছবি চোৱাৰ লগতে ছবিখনৰ ছেটত খাই বৈ আনন্দত থাকিবলৈয়ো পৰামৰ্শ দিছিল আলিয়াক পৰিচালক ভাঞ্চালীয়ে ( Alia Bhatt on working with Sanjay Leela Bhansali) ৷

Bhansalis Instructions to Alia
হিন্দী ক্লাছিক চিনেমা চাই আলিয়াই নিজকে তৈয়াৰ কৰিছে ছবিখনৰ বাবে

আলিয়াই কৈছে 90ৰ দশকত জন্ম হোৱা হিচাপে বেছিভাগ মনোৰঞ্জনধৰ্মী চিনেমা চাইয়েই ডাঙৰ হৈছিল অভিনেত্ৰী গৰাকী ৷ কিন্তু অভিনয়ক পেছা হিচাপে লোৱাৰ পিছত হিন্দী ছবি জগতৰ বহুত মহান চৰিত্ৰৰ সৈতে তেওঁৰ পৰিচয় ঘটিছে ৷

গংগুবাই কাথিয়াৱাড়ীত তেওঁৰ চৰিত্ৰটো সম্পৰ্কত আলিয়াই কৈছে, এইটো সৃষ্টিশীলভাৱে এটা সন্তোষজনক অভিজ্ঞতা ৷ ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ আগতে আলিয়াই ভাঞ্চালীৰ ছবিসমূহ পুনৰ চাইছিল ৷

Bhansalis Instructions to Alia
আলিয়ালৈ ভাঞ্চালীৰ পৰামৰ্শ

চৰিত্ৰটোত সোমাই পৰিবৰ বাবে কোনো যৌনকৰ্মীৰ সৈতে যদিও আলিয়াই কথা-বতৰা পতা নাই কিন্তু এইধৰণৰ ছবিসমূহে তেওঁক চৰিত্ৰটোৰ বাবে তৈয়াৰ হোৱাত যথেষ্ট সহায় কৰিছে ৷ অভিনেত্ৰী গৰাকীয়ে কয়, গংগুবাই কাথিয়াৱাড়ীত দৰ্শকৰ বাবে বহু বিনোদন আছে ৷ 72 সংখ্যক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰৱেশ কৰা গংগুবাই কাথিয়াৱাড়ীয়ে 25 ফ্ৰেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: Real Life Hero Sonu Sood: সনু সুদৰ এটা ভাইৰেল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.