ETV Bharat / sitara

অভিনেত্ৰী নাতাশা সুৰী ক'ভিড পজিটিভ

author img

By

Published : Aug 9, 2020, 3:52 PM IST

মডেল তথা অভিনেত্ৰী নাতাশা সুৰীৰ দেহত কৰ'ণা সংক্ৰমণ ৷ তেওঁ জনাইছে যে,তেওঁ কিবা কামত পুনেলৈ গৈছিল আৰু তাৰ পিছতে তেওঁ কিছু অসুস্থ হৈ পৰে আৰু কৰ'ণা পৰীক্ষণ কৰাত ফলাফল পজিটিভ আহে ৷ বৰ্তমান তেওঁ আছে হোম কোৱাৰেন্টাইনত ৷

NATASHA SURI TESTS COVID-19 POSITIVE
অভিনেত্ৰী নাতাশা সুৰী ক'ভিড পজিটিভ

চিটাৰা ডেস্ক,9 আগষ্টঃ প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছৰ প্ৰভাৱ ৷ বলীউড ইণ্ডাষ্ট্ৰীতো একেৰাহে এজনৰ পিছত আনজনৰ দেহত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শেহতীয়াকৈ খবৰ আহিছে যে,কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে অভিনেত্ৰী নাতাশা সুৰীৰ দেহত ৷

এমএক্স প্লেয়াৰৰ আহিবলগীয়া ৱেব চিৰিজ ডেঞ্জাৰছত দেখিবলৈ পাব অভিনেত্ৰী নাতাশা সুৰীক ৷ এই ৱেব চিৰিজখনত কৰণ সিং গ্ৰভাৰ আৰু বিপাশা বাসুকো দেখিবলৈ পোৱা যাব একেলগে ৷

অভিনেত্ৰী নাতাশা সুৰীয়ে COVID-19 পজিটিভ হোৱাৰ বাবে ৱেব চিৰিজখনৰ হ'বলগীয়া প্ৰম'চনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ যিহেতু আগন্তুক 10 আগষ্টৰ পৰা প্ৰম'চন হোৱাৰ কথা আছে ৱেব চিৰিজ ডেঞ্জাৰছৰ ৷

NATASHA SURI
অভিনেত্ৰী নাতাশা সুৰী

অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, "6 দিন পূৰ্বে মই এটা জৰুৰী কামত পুনেলৈ যাবলগীয়া হৈছিল ৷ যেতিয়া মই ঘূৰি আহিছিলো,তেতিয়া মই জ্বৰ অনুভৱ কৰিছিলো ৷ ডিঙিত অলপ অসুবিধা আৰু অলপ দুৰ্বল অনুভৱ কৰিছিলো ৷ তিনিদিন পূৰ্বে মই নিজৰ টেষ্ট কৰালো ৷ যাৰ পৰিণাম পজিটিভ আহিল ৷ এই সময়ত মই হোম কোৱাৰেন্টাইনত আছো ৷ মোৰ এতিয়াও জ্বৰ আছে আৰু দুৰ্বল হৈ আছো ৷ মই এই সময়ত চিকিৎসা গ্ৰহণ কৰি আছো আৰু ইমিউনিটী বুষ্টাৰ লৈ আছো ৷ মই মোৰ ভন্টী আৰু বাৰ লগত আছো,সেইবাবে তেওঁলোকেও নিজৰ পৰীক্ষা কৰাব ৷"

লগতে পঢ়কঃৰিয়াৰ ওচৰত সুশান্তৰ কি সম্পত্তি আছে দেখুৱালে, ৰিয়াই.....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.