ETV Bharat / sitara

মোৰ ছবিসমূহে দৰ্শকক চিন্তা কৰাৰ সুযোগ দিয়েঃ ভূমি পেডনেকাৰ

author img

By

Published : Nov 20, 2020, 10:45 AM IST

ভূমিৰ অধিকাংশ ছবিয়ে দৰ্শকলৈ এক সামাজিক বাৰ্তা প্ৰেৰণ কৰে ৷ তেওঁ এনেকুৱা ছবি আৰু চৰিত্ৰ বিচাৰে, যিয়ে দৰ্শকক এক বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰে ৷ এই মন্তব্য অভিনেত্ৰী ভূমি পেডনেকাৰৰ ৷

Bhumi Pednekar
ভূমি পেডনেকাৰ

চিটাৰা ডেস্ক,20 নৱেম্বৰ : অভিনেত্ৰী ভূমি পেডনেকাৰে এনেকুৱা ছবি আৰু চৰিত্ৰ বিচাৰে, যিয়ে দৰ্শকক এক বাৰ্তা প্ৰেৰণ কৰাত সহায় কৰে ৷ অৱশ্যে ভূমিয়ে তেওঁৰ ছবিসমূহৰ জৰিয়তে প্ৰগতিশীল চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ভূমিৰ অধিকাংশ ছবিয়ে দৰ্শকলৈ এক সামাজিক বাৰ্তা প্ৰেৰণ কৰা বুলি তেওঁ মন্তব্য কৰে ৷ উদাহৰণস্বৰূপে ‘পতী পত্নী ঔৰ ৱোহ’ ছবিখনত মহিলাসকলৰ অধিকাৰ সম্পৰ্কে দেখুওৱা হৈছে ৷

ভূমিয়ে ছবি এখনত কাম কৰাৰ পূৰ্বে ছবিখনৰ সামাজিক বাৰ্তা আৰু মনোৰঞ্জন দুয়োটা দিশ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে ৷

উল্লেখ্য যে, ভূষণ কুমাৰ, অক্ষয় কুমাৰৰ পৰিচালনা আৰু জি. অশোকৰ নিৰ্দেশনাৰে নিৰ্মাণ হোৱা ‘দুৰ্গাৱতী’ ছবিখনত দেখা পাব ভূমি পেডনেকাৰক ৷ ছবিখন আগন্তুক মাহত মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক : টাইমচ মিউজিকৰ বেনাৰত ৰাইজলৈ মুকলি নতুন এলবাম "নিৰিবিলি"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.