নিউজ ডেস্ক, 18 মাৰ্চঃ মোডী চৰকাৰৰ লগত সততে সহযোগৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে বলিউডৰ অভিনেতা-অভিনেত্ৰীক৷ এইবাৰ মোডী চৰকাৰৰ এক বিশেষ আঁচনিত বলিউডৰ জনপ্ৰিয় তিনি তাৰকা ৷ দেশত উৰ্দু ভাষা প্ৰচাৰৰ বাবে মোডী চৰকাৰ আঁচনিত দেখা পোৱা যাব বলিউড কিং খান শ্বাহৰুখ, ভাইজানৰূপে খ্যাত ছলমান খান আৰু মোহময়ী অভিনেত্ৰী কেটৰিণা কেইফক ৷ মানৱ সম্পদ মন্ত্ৰণালয়ৰ অধীনত আৰম্ভ হোৱা উৰ্দু ভাষা প্ৰচাৰ কাৰ্যসূতী অংশ গ্ৰহণৰ কথা ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছো'চিয়েল মিডিয়াত ৷ উল্লেখ্য যে, বলিউড জগতত তিনিওগৰাকী অভিনেতা-অভিনেত্ৰীৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মানৱ সম্পদ মন্ত্ৰণালয়ে ৷
উৰ্দু ভাষা প্ৰচাৰকৰ ৰূপত শ্বাহৰুখ, ছলমান কেটৰিণা - উৰ্দু
দেশত উৰ্দু ভাষা প্ৰচাৰৰ বাবে মোডী চৰকাৰ আঁচনিত দেখা পোৱা যাব বলিউড কিং খান শ্বাহৰুখ, ভাইজানৰ ছলমান খান আৰু মোহময়ী অভিনেত্ৰী কেটৰিণা কেইফক